গুৱাহটীয়াই ভয় কৰে কাক?
গুৱাহাটীবাসীয়ে IEDলৈ ভয় নকৰে৷ বোমা-বাৰুদলৈ গুৱাহাটীৰ ৰাইজৰ মুঠেও ভয় নাই৷ পুলিচে জেওৰাৰে বোমা থকা পলিথিন দাঙিলেও ভয় নাখায়…
গুৱাহাটীবাসীয়ে IEDলৈ ভয় নকৰে৷ বোমা-বাৰুদলৈ গুৱাহাটীৰ ৰাইজৰ মুঠেও ভয় নাই৷ পুলিচে জেওৰাৰে বোমা থকা পলিথিন দাঙিলেও ভয় নাখায়…
হেল্ল’, কোনে কৈছে? মই PBয়ে কৈছোঁ- ফোনৰ সিটো মূৰৰ পৰা এজন পুৰুষে ক’লেকিন্তু কোন PB?তেতিয়াহে PBএ নিজৰ পৰিচয়টো…
বাল্যবন্ধু মুকুল মহন্তই বেংককত লগ ধৰিছিল পৰেশ বৰুৱাক৷ সেইসময়ত আকৌ অসমত অস্থিৰ হৈ পৰিছিল অগপ৷ অতুল বৰাৰ পৰা…
সেনা নিয়োজিত চৰকাৰৰ মুৰব্বী হিচাপে বাংলাদেশ শাসন কৰিছে মহম্মদ ইউনুছে৷ শাসনৰ প্ৰথমাৱস্থাতে ইউনুছ উপস্থিত হৈছে ঢাকেশ্বৰী মন্দিৰত৷ চাউল-দাইলৰ…
ৰে’ল ষ্টেশ্যনত প্ৰফেশ্যনেল ভগ্নী| কথাষাৰ বোধহয় শুনিবলৈ আপোনাৰ অখজা যেন লাগিছে৷ কিন্তু আগতে নাথাকিলেও অসমত এইবাৰ পহিলা দেখা…
গাঁও এখন, খেল তিনিটাপ্ৰতিখন গাঁৱতে চুলি কটা, চুলি নকটা, বামুণীয়াকে ধৰি কমেও তিনিটা খেল আছেই৷ তাৰ মাজতে আকৌ…
VC ছাৰ, অলপ মন দিয়ক| কি ঘটনা ঘটি আছে চাওক| আমাৰ এই আহ্বান ডিব্ৰুগড় ইউনিভাৰ্ছিটীৰ উপাচাৰ্য মহোদয়ৰ প্ৰতিবিগত…
যিমান ভাবিছে তাতকৈ বহু পৰিমাণে কমিব৷ এতিয়াৰ আধা দামতে কিনিব পাৰিব চ্ছীল বিয়েৰৰ বটল৷ বৰ্তমান ১৬০ টকা দামৰ…
অৰ্থাৎ এতিয়ালৈ আপোনাৰ জীৱনৰ সোণালী সময় চলি আছিল৷ শনিৰ প্ৰভাৱ এতিয়াৰ পৰা আৰম্ভ হ’বহে- এইদৰেই ভাবিব পাৰে অসমৰ…
যৌনতাৰ ভোকে মানুহবোৰক উন্মাদ কৰি পেলাইছে৷ দয়া-মায়া নোহোৱা হৈছে পাষণ্ড মনুষ্যৰ৷ যদি আপুনি ভাবিছে কলকাতাৰ হাস্পতালৰ নাৰকীয় ঘটনাৰ…