ডিয়েজিঅ’ ইণ্ডিয়াৰ লাৰ্নিং ফৰ লাইফ স্নাতক ডিগ্ৰী অসমৰ ১০০ গৰাকী শিক্ষাৰ্থীৰ
অৰিঅ’ন এডুকেচনেল ছ’চাইটিৰ সহযোগত ‘লাৰ্নিং ফৰ লাইফ’ প্ৰগ্ৰেমৰ জৰিয়তে অসমৰ তৃতীয়টো বেটচৰ শিক্ষাৰ্থীসকলে আতিথ্যৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ কথা…
অৰিঅ’ন এডুকেচনেল ছ’চাইটিৰ সহযোগত ‘লাৰ্নিং ফৰ লাইফ’ প্ৰগ্ৰেমৰ জৰিয়তে অসমৰ তৃতীয়টো বেটচৰ শিক্ষাৰ্থীসকলে আতিথ্যৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ কথা…
বহুদিন মিঞা সোমোৱা নাছিল৷ পিছে হঠাতে আকৌ উত্তপ্ত হৈ পৰিছে বাংলাদেশ সীমান্ত৷ বাংলাদেশত মৌলবাদীৰ অতপালি যিমানে বাঢ়িছে, সিমানে…
গাঁৱত কোনেও পুহিব নোৱাৰা হৈছে গৰু-ছাগলী৷ কুকুৰে কামোৰাৰ ভয়ত কেবাখনো গাঁৱৰ গঞাই গৰু পুহিবলৈয়েই বাদ দিছে৷ ছাগলী পুহি…
অনুপ চেতিয়া বিদেশতে আছিল৷ ৰাষ্ট্ৰসংঘৰ বৈঠকৰ বাবে জেনেভালৈ গৈছিল আলফাৰ সাধাৰণ সম্পাদকজন৷ বাংলাদেশত গ্ৰেপ্তাৰ হোৱাৰ ইংগিত পাই তেওঁ…
সকলো মানুহেই নিজৰ মৃত্যুৰ বিষয়ে আগতীয়াকৈ গম পাই৷ প্ৰকৃতিয়ে দিয়ে মৃত্যুৰ আভাস৷ আপুনি আচৰিত হ’লেও এয়াই সত্য৷ মনোবিজ্ঞানীৰ…
অসম পৰিবহণ নিগমৰ লোকচান কমাব নোৱাৰি৷ পূৰ্বে এইদৰেই বিধানসভাত কৈছিল তদানীন্তন পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ মন্ত্ৰীগৰাকীৰ মতে চৰকাৰী…
আন এটা ৰেকৰ্ড স্থাপন কৰাৰ কথা চিন্তা কৰিছে চৰকাৰে৷ এইবাৰ চৰকাৰে ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ বিষয়ে পৰিকল্পনা কৰিছে৷…
আচলতে লাজ পাব লাগে৷ হয়, আচলতে লাজ পাব লাগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱনিৰ্বাচিত ছাত্ৰনেতাই৷ PNGB হোষ্টেলৰ মৰ্যাদা ভূলুণ্ঠিত কৰা…
আৰু কেইদিনমান অপেক্ষা কৰক, প্ৰস্তুতি চলি আছে, সকলো ঠিকে থাকিলে মাঘ বিহুৰ পিছতে অসমত এটা নতুন দলৰ জন্ম…
হঠাতে নাম সলাই দিলে অসমৰ বিৰোধী মৰ্চাই৷ পূৰ্বৰ বিৰোধী ঐক্যমঞ্চৰ সলনি অসম সন্মিলিত মৰ্চালৈ নাম সলনি কৰা হ’ল…