জগু বেটা পিতৃহাৰা হল, আৰু অপু!
জগু বেটাৰ মালিক আৰু নাইৰামপদ চৌধুৰীৰ ভাৰাতীয়াও আৰু নাইএদিন জগু বেটাৰ মালিকৰ ৰিক্সাৱালা এজনৰ সৈতে কাজিয়া লাগি খং…
জগু বেটাৰ মালিক আৰু নাইৰামপদ চৌধুৰীৰ ভাৰাতীয়াও আৰু নাইএদিন জগু বেটাৰ মালিকৰ ৰিক্সাৱালা এজনৰ সৈতে কাজিয়া লাগি খং…
এটা থ’লেই দুটা- অৰ্থাৎ এক কা ডাবলএয়া আছিল অনুৰাধা চিটফাণ্ডৰ কথাফিৰ হেৰাফেৰিৰ অনুৰাধাৰূপী বিপাশা বসুক সম্ভৱ আপোনালোকে পাহৰা…
ৰঞ্জন গগৈতকৈও এখোপ চ’ৰাহে ওলাল ডি ৱাই চন্দ্ৰচূড়মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা যশৱন্ত ধনঞ্জয় চন্দ্ৰচূড় বৰ্তমান আজৰি…
হিমন্ত বিশ্ব শৰ্মাৰ সমান কোনো নহয়এতিয়া সেইদৰেই ভাবিবলৈ লৈছে নৰেন্দ্ৰ মোদীয়ে৷ সেয়ে ঝাৰখণ্ডৰ নিৰ্বাচন সমাপ্তিৰ দিশে আগবাঢ়িলেও আহৰি…
বৰ বেছি দিনৰ কথাও নহয়, নৰেন্দ্ৰ মোদীৰ বিহাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল নীতিশ কুমাৰে৷ মঞ্চতো কৰমৰ্দন কৰিবলৈ বিচৰা নাছিল…
ফাকি দিলে কেন্দ্ৰীয় গৃহ বিভাগে৷ পৰিসংখ্যা গোপন কৰিলে চৰকাৰে৷ গৃহ দপ্তৰৰ তথ্য অনুসৰি বিগত এটা দশকৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ…
ডাঙৰ কথা এটা ক’বলৈ ওলাইছোঁ৷ মন কৰিবচোন, ৰাজনৈতিক সংঘাতৰ বলি হৈছে অসমৰ সাংবাদিক৷ বিশেষকৈ মফচলীয় একাংশ সাংবাদিকক ৰাজনৈতিক…
অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ হৈ পৰিছিল AIUDFৰ অভেদ্য দুৰ্গ৷ বদৰুদ্দিন আজমলে গঠন কৰাৰ…
কথাটো হৈছে পল্লৱ লোচন দাস প্ৰতাৰণাৰ বলি হ’ল নেকি? সভাপতিক হৰুওৱাৰ চখ পূৰণ কৰি পল্লৱলোচন দাস প্ৰতাৰিত হ’ল…
নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ পিছতে দেশজুৰি চলিছিল গুজৰাট মডেলৰ চৰ্চা৷ কিন্তু আশাৰ দৰে দেশত গুজৰাট…