তেওঁ মায়াবী জীৱ
অসমৰ ৰাজনীতিত এতিয়াও আছে আন্না হাজাৰেৰ প্ৰভাৱহয়, অবান্তৰ যেন লাগিলেও এয়াই সত্যআন্না হাজাৰে ফৰ্মুলাই বৰ্তমানো প্ৰভাৱিত কৰি আছে…
অসমৰ ৰাজনীতিত এতিয়াও আছে আন্না হাজাৰেৰ প্ৰভাৱহয়, অবান্তৰ যেন লাগিলেও এয়াই সত্যআন্না হাজাৰে ফৰ্মুলাই বৰ্তমানো প্ৰভাৱিত কৰি আছে…
চাইকেল চলালেও লাভ নাই, কেইদিনমানৰ পিছতে অপসাৰিত হ’ব ভৱেশ কলিতা৷প্ৰদেশ বিজেপিৰ সভাপতি পদৰ পৰা ভৱেশ কলিতাৰ অপসাৰণ হৈ…
শৃংখল বালাচাহেব থাকৰেবীৰ শিৱাজীৰ কথা কৈ যিদৰে মহাৰাষ্ট্ৰত বাল থাকৰেৰ উত্থান ঘটিছিল, সেইদৰেই অসমৰ ৰাজনীতিতো মহাবীৰ লাচিতৰ কথাৰে…
আগৰ দৰে এতিয়া সুজলা-সুফলা নহয় অসম মাটি খান্দিলেই আগেয়ে পানী ওলোৱা ৰাজ্যৰ ভূ-গৰ্ভ শুকাই গৈছে গতিকে অসম হৈ…
হিন্দু নিধন অভিযান চলিয়েই আছে বাংলাদেশত ভাৰতৰ প্ৰতি অহেতুক ঘৃণা পুহি ৰখা ৰাষ্ট্ৰখনত প্ৰাণৰ শংকাই আতংকিত কৰিছে সংখ্যালঘুক…
মীমাংসা কৰিব নোৱাৰাকৈ কাজিয়া লাগিছে ইণ্ডিয়াৰ নেতাসকলৰ কংগ্ৰেছে আধিপত্য বিস্তাৰৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি মৰ্চা ত্যাগ চূড়ান্ত কৰিছে…
গোচৰৰ হেঁচাত শ্বাসৰুদ্ধ হৈ পৰিছে ন্যায়পালিকা অমীমাংসিত গোচৰৰ বাবে ভাৰতৰ ন্যায়তন্ত্ৰ কূজা হৈ পৰিছে সমগ্ৰ আইনী প্ৰণালী অনলাইন…
গৌৰৱ গগৈক কাষতে বহুৱাবলৈ বিচাৰিছে ৰাহুল গান্ধীয়ে৷ সেয়ে লোকসভাৰ বিৰোধী দলপতিয়ে বিচাৰিছে সন্মুখৰ শাৰীৰ আসন বৰ্তমান নিম্নসদনত দলটোৰ…
ইস্কন হৈছে সন্ত্ৰাসবাদী সংগঠন হিন্দুধৰ্মীয়ে পৱিত্ৰ বুলি গণ্য কৰা এই সংস্থাই মৌলবাদত সাৰ-পানী যোগাইছে অৰ্থনীতিৰ ন’বেলজয়ী মহম্মদ ইউনুছৰ…
লেট্ৰিনৰ টেংকিৰ মাগুৰ খাইছে চহৰৰ মানুহে সঁচাকৈ কৈছোঁ, ডাক্টৰে খাবলৈ ক’লেও মাগুৰ মাছ নাখাব পাৰিলে গাঁৱৰ খালত ধৰা…