খুলি লৈ গ’ল সকলো যন্ত্ৰ
এতিয়া বাদেই দিয়ক ২০৩২ চনলৈয়ো সম্পূৰ্ণ নহয় মাজুলীৰ দলং মাজুলীৰ দলঙৰ কাম গেথেলা মাৰিলে যেতিয়া শীঘ্ৰে আৰম্ভ হোৱাৰ…
এতিয়া বাদেই দিয়ক ২০৩২ চনলৈয়ো সম্পূৰ্ণ নহয় মাজুলীৰ দলং মাজুলীৰ দলঙৰ কাম গেথেলা মাৰিলে যেতিয়া শীঘ্ৰে আৰম্ভ হোৱাৰ…
আগৰ দৰে ইস্তেমাত হ’ব নোৱাৰিব গো-মাংসৰ ভোজ আকিকাও দিব নোৱাৰিব ইছলামধৰ্মী লোকে৷ একেদৰে জলছাতো গৰু মাংস খাব নোৱাৰিব…
হাইক’ৰ্ট উত্তৰ গুৱাহাটীলৈ নিয়াৰ বাবে চলি আছে প্ৰস্তুতি কিন্তু ১৯৩৪ চনত স্থাপিত হাইক’ৰ্ট ছিলঙত পাতিবলৈয়েই তেতিয়াৰ প্ৰধানমন্ত্ৰী ছৈয়দ…
গৌৰৱ গগৈৰ চামচাৰ পৰা উদ্ধাৰ কৰা হৈছে পাহাৰগোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ মিকিৰচাং পাহাৰ অৱশেষত কংগ্ৰেছীৰ পৰা…
কাজিৰঙাৰ ভিতৰত যদি আপুনি মাটি দখল কৰি ঘৰ সাজে, তেনে হলেও কোনেও একো কব নোৱাৰেতদুপৰি কাজিৰঙাত পৰিৱেশ সংবেদনশীল…
গৰু ৰাজনীতিত বিধ্বস্ত হৈ পৰিল ৰকিবুল হুছেইনএফালে দীৰ্ঘদিনীয়া ছেকুলাৰ ইমেজৰ ক্ষতি হ’ল, আনদিশে মুছলমানৰ বিৰোধিতাৰো সন্মুখীন হ’ল ৰকিবুল৷চামগুৰিত…
মন্ত্ৰী হ’বলৈ ওলোৱা ৰূপেশ গোৱালা পূৰ্বে আছিল অসম চাহ মজদুৰ সংঘৰ প্ৰভাৱশালী নেতা৷ অৱশ্যে এতিয়াও তেওঁ ACMSৰ সাধাৰণ…
দুখন ফটোৱে আমাক বিমোৰত পেলাইছেৰাইজকো আচৰিত কৰিছে এই দুখন ফটোৱেইয়াৰে প্ৰথমখনো ফটো হৈছে চিলাপথাৰৰ৷ ধেমাজিৰ এই ব্যস্ত চহৰখনত…
ৰাস নাচি নাচি শেষেই হোৱা নাইপিছুৱাই দিবলগীয়া হৈছে পৰীক্ষাৰাস পূৰ্ণিমা কেতিয়াবাই পাৰ হ’ল৷ নন্দালয়ত শ্ৰীকৃষ্ণৰো জন্মৰ খবৰ পালে…
ভাৰতীয় ষ্টেট বেংকত বাদেই, ডাকঘৰতে চাকৰি পালে হিন্দীভাষী যুৱকে৷ অসমৰ ৮০ শতাংশ ডাকঘৰত বিভাগে নিযুক্তি প্ৰদান কৰিলে অসমীয়া…