তেলী বা গগৈ নহয় সভাপতি
কোনো নহয়তপন গগৈ, ৰামেশ্বৰ তেলী অথবা কোনোৱেই প্ৰদেশ বিজেপিৰ সভাপতি নহয়প্ৰদেশ বিজেপিৰ সভাপতি হ’ব এজন অখ্যাত নেতা৷ যিজনক…
কোনো নহয়তপন গগৈ, ৰামেশ্বৰ তেলী অথবা কোনোৱেই প্ৰদেশ বিজেপিৰ সভাপতি নহয়প্ৰদেশ বিজেপিৰ সভাপতি হ’ব এজন অখ্যাত নেতা৷ যিজনক…
প্ৰশান্ত ফুকনে এতিয়া তেওঁ শান্তি পাইছেআগে পিছে দুখন ৰঙা লাইটৰ গাড়ীত উঠিহে হেঁপাহ পূৰ হৈছে প্ৰশান্ত ফুকনৰ৷১৮ বছৰ…
দলং দেৰী হ’ব, গতিকে মাজুলীৰ পৰা নিমাতীলৈ চলোৱা হৈছে নৈশ ফেৰী৷ ৰাইজক দলঙৰ বাবে ভাল খবৰ দিব নোৱাৰি…
যিয়ে যিমানে ঠাট্টা নকৰক, ফে’চবুকত মীম নোলাওক- অসমত বাটি-ছেটৰ জনপ্ৰিয়তা কমা নাই৷ বিয়াৰ বতৰত যিমান টকাৰ বাটি-ছেট বিক্ৰী…
গৰু মাংস খোৱা বন্ধ কৰিলে বাৰু ঠিকেই আছে কিন্তু এতিয়াৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়াত মানুহতকৈ বেছিহে হ’ব গৰুৰ…
চৰাইবোৰে দেখোন সোনকালেই সাৰ পায়৷ সেইটোনো কি ডাঙৰ কথা? না, নহয়৷ বুধবাৰে ৰাতিটো শোৱাই নাছিল চৰাইবোৰ, সাৰে আছিল…
চৰকাৰৰ কৃপাত ২০৩০ চনৰ পাছত অসমৰ নিবনুৱাই চৰকাৰী শিক্ষানুষ্ঠানত আৰু শিক্ষকৰ চাকৰি নাপায় কাৰণ ২০৩০ৰ পৰা শিক্ষক হোৱাৰ…
মাঘতে একেবাৰে কাতি বিহুৰ নিয়মখিনিও কৰি দিলে খেলেই খটম৷ তিনিওটা বিহু একেলগেও পতা হ’ব৷ খৰচো কমিব৷ কথাটো আমি…
বৰ্জনৰ আহ্বান কামত নাহিল কম দামত পাই হিন্দুত্ববাদীয়েও কিনিছে বাংলাদেশী মাল এইটোৱেই সঁচা কথা কেৱল চীনাই নহয়, বাংলাদেশী…
চৰকাৰে মন দিয়া নাই কিন্তু লাহে লাহে বেয়া হৈছে গ্ৰামীণ বিকাশ বেংকটোৰ অৱস্থা গ্ৰাহক সোমাব নোৱাৰা অৱস্থা হৈছে…