অনন্যাই আদৰি ল’বনে ৰিয়ানক
দাম বাঢ়িছে ৰিয়ান পৰাগৰ৷ উন্নত প্ৰদৰ্শনৰ সুবাদত IPLত দৰ বৃদ্ধি হৈছে অনন্যা পাণ্ডেৰ অনুৰাগী অসমীয়া ক্ৰিকেটাৰজনৰ৷ কেবাবছৰো IPLত…
দাম বাঢ়িছে ৰিয়ান পৰাগৰ৷ উন্নত প্ৰদৰ্শনৰ সুবাদত IPLত দৰ বৃদ্ধি হৈছে অনন্যা পাণ্ডেৰ অনুৰাগী অসমীয়া ক্ৰিকেটাৰজনৰ৷ কেবাবছৰো IPLত…
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৫ টকীয়া অথবা ১০ টকীয়া মুদ্ৰা নচলে৷ অৰ্থাৎ এইকেইটা মুদ্ৰা দি আপুনি বজাৰত বস্তু কিনিব…
কথাতে কয়,বিহালীৰ অমৰা, ৰাংচালিৰ দমৰা৷বিশ্বনাথৰ কলিয়া গাইএতিয়া বাকীছোৱা শুনকবিহালীৰ শক্তিৰ কথা অসমৰ আন প্ৰান্তৰ জনতাই নাজানিব পাৰে, কিন্তু…
সহজ-সৰলৰ ভাও ধৰি থাকে, কিন্তু ফণীভূষণ চৌধুৰীৰ সমান চতুৰ নেতা নাই৷ টমটমত উঠি ভ্ৰমণ, সুভাষৰ দোকানত চাহ খাই…
বংগোপ সাগৰৰ মানসপুত্ৰ ডানা আহি আছে৷ তাৰে প্ৰভাৱ হিচাপে বিস্তীৰ্ণ প্ৰান্তত আৰম্ভ হৈছে কলহৰ কানে ঢলা বৰষুণ৷ বিজ্ঞানীয়ে…
হা না একেোৱেই নামাতিলে, কিন্তু লাহেকৈ অসমৰ পৰা পলাই পত্ৰং দিলে জিতেন্দ্ৰ সিঙে৷ গান্ধী পৰিয়ালৰ খাচ মানুহ জিতেন্দ্ৰই…
আকৌ এবিধ অচিনাকি সাপ অসমত ওলাইছে৷ ধেমাজি, লখিমপুৰত বংশবৃদ্ধি ঘটা সৰ্পকুলৰ নাম হৈছে জাৰ্ডন পিট ভাইপাৰ৷ অৰুণাচলৰ পৰা…
ৰেণুপমা ৰাজখোৱা কেনে আছে? টীয়ক সমষ্টিৰ দীৰ্ঘদিনৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা লাইমলাইটৰ পৰা নোহোৱা হৈয়েই গৈছে৷ বয়োজ্যেষ্ঠ নেত্ৰীগৰাকী বিধায়িকা…
তেতিয়া প্ৰফুল্ল মহন্ত চৰকাৰৰ শেষ সময়৷ ৰাজকোষত টকা নাই, কৰ্মচাৰীৰ দৰমহা নাই৷ মুঠতে চৌদিশে নৈৰাজ্য৷ স্তাৱকৰ মাজত অসহায়…
কোনো ফাইলেই পেলাই থোৱাৰ পক্ষপাতী নহয় অসমৰ নতুন ৰাজ্যপাল৷ কিছুদিন পূৰ্বে অসমৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰা লক্ষ্মণ…