হিন্দুত্ববাদীয়ে পাতিছে লাচিত দিৱস
মুছলমানক অপমান কৰিবলৈ লাচিত বৰফুকনক হিন্দুবীৰ বুলি কোনোবাই যিমানেই ঘোষণা নকৰক লাচিত কিন্তু হিন্দু নাছিলআহোম সেনাপতি লাচিত বৰফুকনৰ…
মুছলমানক অপমান কৰিবলৈ লাচিত বৰফুকনক হিন্দুবীৰ বুলি কোনোবাই যিমানেই ঘোষণা নকৰক লাচিত কিন্তু হিন্দু নাছিলআহোম সেনাপতি লাচিত বৰফুকনৰ…
ৰাস চাবলৈ যোৱা পৰ্যটকে পকেটত কেবাহাজাৰো টকা লৈ যোৱাই ভাল৷ অন্যথা কিন্তু মহাবিপদত পৰিব৷সাধাৰণ মাজুলীয়ালৰ অতিথিপৰায়ণ দস্তুৰৰ বিপৰীতে…
ইমান চেলেপু সভাপতি আগতে প্ৰদেশ বিজেপিত নাছিলেই৷ বৰ্তমানৰ সভাপতি ভৱেশ কলিতা যি দৰে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে, সেইদৰে…
ইগ’ বেটেলত জিকিবলৈ গৈ হাতৰ কুঠাৰ ভৰিত মাৰিলে গৌৰৱ গগৈয়ে৷ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ গৈ গৌৰৱে ৰাজনৈতিক জীৱনৰে…
ফেৰীখন যোৱা দেখিলেই ভয়ত জীৱ শুকাই যাব আপোনাৰআমি কবলৈ ওলাইছোঁ নিমাতীঘাটৰ পৰা মাজুলীলৈ চলা ফেৰীৰ কথা১০০ জন যাত্ৰী…
এটা থ’লেই দুটা- অৰ্থাৎ এক কা ডাবলএয়া আছিল অনুৰাধা চিটফাণ্ডৰ কথাফিৰ হেৰাফেৰিৰ অনুৰাধাৰূপী বিপাশা বসুক সম্ভৱ আপোনালোকে পাহৰা…
হিমন্ত বিশ্ব শৰ্মাৰ সমান কোনো নহয়এতিয়া সেইদৰেই ভাবিবলৈ লৈছে নৰেন্দ্ৰ মোদীয়ে৷ সেয়ে ঝাৰখণ্ডৰ নিৰ্বাচন সমাপ্তিৰ দিশে আগবাঢ়িলেও আহৰি…
ডাঙৰ কথা এটা ক’বলৈ ওলাইছোঁ৷ মন কৰিবচোন, ৰাজনৈতিক সংঘাতৰ বলি হৈছে অসমৰ সাংবাদিক৷ বিশেষকৈ মফচলীয় একাংশ সাংবাদিকক ৰাজনৈতিক…
অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ হৈ পৰিছিল AIUDFৰ অভেদ্য দুৰ্গ৷ বদৰুদ্দিন আজমলে গঠন কৰাৰ…
কথাটো হৈছে পল্লৱ লোচন দাস প্ৰতাৰণাৰ বলি হ’ল নেকি? সভাপতিক হৰুওৱাৰ চখ পূৰণ কৰি পল্লৱলোচন দাস প্ৰতাৰিত হ’ল…