ভৱেশ কলিতাৰ কি হ’বগৈ বাৰু!
ইমান চেলেপু সভাপতি আগতে প্ৰদেশ বিজেপিত নাছিলেই৷ বৰ্তমানৰ সভাপতি ভৱেশ কলিতা যি দৰে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে, সেইদৰে…
ইমান চেলেপু সভাপতি আগতে প্ৰদেশ বিজেপিত নাছিলেই৷ বৰ্তমানৰ সভাপতি ভৱেশ কলিতা যি দৰে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে, সেইদৰে…
ইগ’ বেটেলত জিকিবলৈ গৈ হাতৰ কুঠাৰ ভৰিত মাৰিলে গৌৰৱ গগৈয়ে৷ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ গৈ গৌৰৱে ৰাজনৈতিক জীৱনৰে…
ৰঞ্জন গগৈতকৈও এখোপ চ’ৰাহে ওলাল ডি ৱাই চন্দ্ৰচূড়মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা যশৱন্ত ধনঞ্জয় চন্দ্ৰচূড় বৰ্তমান আজৰি…
হিমন্ত বিশ্ব শৰ্মাৰ সমান কোনো নহয়এতিয়া সেইদৰেই ভাবিবলৈ লৈছে নৰেন্দ্ৰ মোদীয়ে৷ সেয়ে ঝাৰখণ্ডৰ নিৰ্বাচন সমাপ্তিৰ দিশে আগবাঢ়িলেও আহৰি…
বৰ বেছি দিনৰ কথাও নহয়, নৰেন্দ্ৰ মোদীৰ বিহাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল নীতিশ কুমাৰে৷ মঞ্চতো কৰমৰ্দন কৰিবলৈ বিচৰা নাছিল…
ফাকি দিলে কেন্দ্ৰীয় গৃহ বিভাগে৷ পৰিসংখ্যা গোপন কৰিলে চৰকাৰে৷ গৃহ দপ্তৰৰ তথ্য অনুসৰি বিগত এটা দশকৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ…
অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ হৈ পৰিছিল AIUDFৰ অভেদ্য দুৰ্গ৷ বদৰুদ্দিন আজমলে গঠন কৰাৰ…
কথাটো হৈছে পল্লৱ লোচন দাস প্ৰতাৰণাৰ বলি হ’ল নেকি? সভাপতিক হৰুওৱাৰ চখ পূৰণ কৰি পল্লৱলোচন দাস প্ৰতাৰিত হ’ল…
নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ পিছতে দেশজুৰি চলিছিল গুজৰাট মডেলৰ চৰ্চা৷ কিন্তু আশাৰ দৰে দেশত গুজৰাট…
আচলতে ২০২১ৰ বিধানসভা নিৰ্বাচনত চামগুৰিত ৰকিবুল হুছেইনে ৮১,১২৩টা ভোট লাভ কৰি বিজয়ী হৈছিল। সেইবাৰ প্ৰতিদ্বন্দী হিচাপে থকা বিজেপিৰ…