নতুন আজমল আহি গ’ল
পুৰণি বদৰুদ্দিন আজমলৰ আছিল দাড়িনতুন আজমলে পিন্ধে হাৱাই চেণ্ডেলমুঠতে বিজেপিয়ে পাই গ’ল নতুন আজমল৷ ধুবুৰীত ৰকিবুলৰ বিৰুদ্ধে আজমল…
পুৰণি বদৰুদ্দিন আজমলৰ আছিল দাড়িনতুন আজমলে পিন্ধে হাৱাই চেণ্ডেলমুঠতে বিজেপিয়ে পাই গ’ল নতুন আজমল৷ ধুবুৰীত ৰকিবুলৰ বিৰুদ্ধে আজমল…
অসমত কংগ্ৰেছৰ অধঃপতন! উপনিৰ্বাচনৰ ৫ সমষ্টিতেই মুখ ঠেকেছা এক কথাত চেমি ফাইনেলত কংগ্ৰেছ ক্লিন বল্ড ৫ সমষ্টিৰ উপনিৰ্বাচনক…
পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জলে এতিয়া আকৌ বিজেপিত যোগদানৰ চেষ্টা চলাইছে বাজপেয়ী ভৱনত প্ৰৱেশাধিকাৰ বিচাৰি তেওঁ চেষ্টা চলাই…
মিত্ৰজোঁটৰ নেতাও অতিষ্ঠ হৈছে, তেওঁলোকেও বুজিব পাৰিছে- অখিল গগৈয়ে আচলতে কি বুজাবলৈ বিচাৰিছেঅসম সন্মিলিত মৰ্চাৰ অন্যতম কৰ্ণধাৰ হৈয়ো…
হয়তো গৌৰৱ গগৈ দুমাহলৈ অসমতে নাথাকিব৷ ভূপেন বৰাও ভোগপুৰৰ ঘৰখনতে সোমাই থাকিব৷ হয়তো জানুৱাৰীপৰ্যন্ত ৰাইজে তেওঁলোকক নেদেখিব৷অৱশ্যে বিজেপিৰ…
ইউনাইটেড মুছলিম ফ’ৰাম অৱ আছামৰাজ্যত নতুনকৈ স্থাপিত হৈছে এইটো সংগঠন৷ মুছলমান জনতাক একত্ৰিত কৰিবলৈ এদল সংখ্যালঘু নেতাই সংগঠনটো…
বিপৰ্যয়ৰ বতাহে উৰুৱাই লৈ গ’ল ৫০ লাখ কোটি টকা৷ আগলি বকৰা অবিহনে বলিবলৈ ধৰা ধুমুহাই লঠঙা গছৰ দৰে…
মিঞা খেদা নেতাক অসমীয়া ব্যৱসায়ীয়ে কমিশ্যন দিব লাগে৷ এয়াই হৈছে বাস্তৱ৷ সৰু-সুৰা বেপাৰ কৰি খাই থকা বেপাৰীয়ে শৃংখল…
ৰাজনীতি কিমান নিষ্ঠুৰ!আপুনি ভাবিবই নোৱাৰেৰাজনীতি ইমানেই নিষ্ঠুৰএতিয়া শুনকৰাজনীতি ইমানেই নিৰ্দয় যে কোনো কাৰো আপোন নহয়নিৰ্বাচমুখী মহাৰাষ্ট্ৰৰ ভতিজা ফেক্টৰেই…
ছোৱালীবোৰ পলাই যোৱাৰ বতৰ আহিল কংসৰ কাৰাগাৰে হৰি…বুলি ৰাসত যেতিয়াই বাজিব, তেতিয়াই নিজৰ ঘৰখন কাৰাগাৰৰ দৰেই লাগে অসমৰ…