গৌৰৱে এসেকা পাওক!
কথাতে কয়,বিহালীৰ অমৰা, ৰাংচালিৰ দমৰা৷বিশ্বনাথৰ কলিয়া গাইএতিয়া বাকীছোৱা শুনকবিহালীৰ শক্তিৰ কথা অসমৰ আন প্ৰান্তৰ জনতাই নাজানিব পাৰে, কিন্তু…
কথাতে কয়,বিহালীৰ অমৰা, ৰাংচালিৰ দমৰা৷বিশ্বনাথৰ কলিয়া গাইএতিয়া বাকীছোৱা শুনকবিহালীৰ শক্তিৰ কথা অসমৰ আন প্ৰান্তৰ জনতাই নাজানিব পাৰে, কিন্তু…
সহজ-সৰলৰ ভাও ধৰি থাকে, কিন্তু ফণীভূষণ চৌধুৰীৰ সমান চতুৰ নেতা নাই৷ টমটমত উঠি ভ্ৰমণ, সুভাষৰ দোকানত চাহ খাই…
হা না একেোৱেই নামাতিলে, কিন্তু লাহেকৈ অসমৰ পৰা পলাই পত্ৰং দিলে জিতেন্দ্ৰ সিঙে৷ গান্ধী পৰিয়ালৰ খাচ মানুহ জিতেন্দ্ৰই…
ৰেণুপমা ৰাজখোৱা কেনে আছে? টীয়ক সমষ্টিৰ দীৰ্ঘদিনৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা লাইমলাইটৰ পৰা নোহোৱা হৈয়েই গৈছে৷ বয়োজ্যেষ্ঠ নেত্ৰীগৰাকী বিধায়িকা…
তেতিয়া প্ৰফুল্ল মহন্ত চৰকাৰৰ শেষ সময়৷ ৰাজকোষত টকা নাই, কৰ্মচাৰীৰ দৰমহা নাই৷ মুঠতে চৌদিশে নৈৰাজ্য৷ স্তাৱকৰ মাজত অসহায়…
দিল্লীলৈ মনে সজা প্ৰতিবেদন প্ৰেৰণ অভ্যাসত পৰিণত হৈছে কংগ্ৰেছ নেতৃত্বৰ৷ হাৰিয়ানাত পৰাজয়ৰ পিছত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই উদঘাটন কৰিছে…
চাহ বাগিচাবোৰৰ পৰিৱেশ সলনি হৈছে৷ অৱশ্যে শিক্ষা-দীক্ষাৰ দিশৰ পৰা বাগিচাৰ বনুৱাৰ অৱস্থা সলনি হোৱা নাই৷ বিজেপি চৰকাৰৰ দিনত…
বহু ভোট পণ্ডিতে কৈছে- গ্ৰাউণ্ড লেভেলত নিষ্ঠাৰে কাম কৰাৰ বাবে হাৰিয়ানাত বিজেপি সফল হ’ল৷ RSS আৰু বিজেপি নেতাই…
এটা কথা মন কৰিছেনে, উত্থানৰ পিছত দেশব্যাপী পতন ঘটিছে আম আদমী পাৰ্টীৰ৷ যেনে আপ হৈছিল, তেনেকৈ ডাউনো হৈছে৷অসমৰ…
বৰ বেছি দিনৰ কথা নহয়, জে পি নড্ডাই হঠাতে ঘোষণা কৰিছিল- বিজেপিক বৰ্তমান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰকাৰ নাই৷…