অস্তিত্ব ৰক্ষা যুঁজ নেকি?
মন কৰিবচোনগৌৰৱে অকলেইহে কথা কৈ আছে, সংগীবৃন্দ কিন্তু বিহালীৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত হৈ আছে নিশ্চুপ৷ সততে গৌৰৱৰ সুৰতে সুৰ…
মন কৰিবচোনগৌৰৱে অকলেইহে কথা কৈ আছে, সংগীবৃন্দ কিন্তু বিহালীৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত হৈ আছে নিশ্চুপ৷ সততে গৌৰৱৰ সুৰতে সুৰ…
তেতিয়া কংগ্ৰেছৰ জয়জয় ময়ময় অৱস্থা৷ এটা সমষ্টিতে কুৰিজন প্ৰাৰ্থীয়ে টিকট বিচাৰে৷ ৰাজীৱ ভৱনত হোৱা ভিৰৰ বাবে গুৱাহাটীতে ট্ৰেফিক…
১৫ বছৰ মুখ্যমন্ত্ৰী আছিল৷ বহু ভুল সিদ্ধান্তও লৈছিল৷ কিন্তু সাত শতৰুৱেও স্বীকাৰ কৰিব- তৰুণ গগৈ মতগৰ্বী নাছিল৷গৌৰৱ গগৈয়ে…
তৰুণ গগৈয়ে ঘোষণা কৰিছিল- মই ৰেজিগনেশ্যন দিম৷ কথা অনুসৰিয়েই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত তৰুণ গগৈয়ে…
বিদুৰভাই নামৰ চিনেমাখনতে আপোনালোকে দেখিছিল- MLAৰ সলনি সকলো কাম পৰিচালনা কৰে ভতিজাক ডায়মণ্ড চলিহাই৷ লেট্ৰিনৰ ঠিকা দিয়াৰ কামো…
বাকী সকলোবোৰ ভাৱৰীয়া৷ কিন্তু সূত্ৰধাৰ হৈছে ডুবাইৰ হজৰত মৌলানা মুস্তাক আনফৰ৷ছুপ্ৰিম ক’টত অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১য়েই থাকিব বুলি…
তিৰি চিৰি, তিৰিয়েই হতচিৰি৷ভুল নুবুজিব, আমি এই কথাষাৰ নাৰীবিদ্বেষী অৰ্থত কোৱা নাই৷কিন্তু অসমৰ কেবাজনো নেতা ৰাজনৈতিক পতনৰ কাৰণেই…
কথাতে কয়,বিহালীৰ অমৰা, ৰাংচালিৰ দমৰা৷বিশ্বনাথৰ কলিয়া গাইএতিয়া বাকীছোৱা শুনকবিহালীৰ শক্তিৰ কথা অসমৰ আন প্ৰান্তৰ জনতাই নাজানিব পাৰে, কিন্তু…
সহজ-সৰলৰ ভাও ধৰি থাকে, কিন্তু ফণীভূষণ চৌধুৰীৰ সমান চতুৰ নেতা নাই৷ টমটমত উঠি ভ্ৰমণ, সুভাষৰ দোকানত চাহ খাই…
হা না একেোৱেই নামাতিলে, কিন্তু লাহেকৈ অসমৰ পৰা পলাই পত্ৰং দিলে জিতেন্দ্ৰ সিঙে৷ গান্ধী পৰিয়ালৰ খাচ মানুহ জিতেন্দ্ৰই…