ঘৰৰ পৰা এৰুৱাই পেলালে ৰাহুলৰ ফটো
১০ ছেপ্টেম্বৰলৈ ৰ’বই নালাগে, ২৪ জুনতে হ’ব ৰাজনৈতিক ভূমিকম্প৷ অসমৰ এজন শক্তিমান ৰাজনৈতিক নেতাই ২৪ তাৰিখেই দলত্যাগ কৰিব৷…
১০ ছেপ্টেম্বৰলৈ ৰ’বই নালাগে, ২৪ জুনতে হ’ব ৰাজনৈতিক ভূমিকম্প৷ অসমৰ এজন শক্তিমান ৰাজনৈতিক নেতাই ২৪ তাৰিখেই দলত্যাগ কৰিব৷…
ছবছৰৰ ভিতৰত প্ৰথমবাৰলৈ জি-৭ সন্মিলনত অংশগ্ৰহণ নকৰে নৰেন্দ্ৰ মোদীয়ে৷ কানাডাত অনুষ্ঠিতব্য শীৰ্ষ সমাৱেশৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ লাভ কৰা…
প্ৰফুল্ল কুমাৰ মহন্ত ক্ষমতাত থকা সময়ত দিল্লীৰ পৰা আহি APCCৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে৷ সেইসময়ত তৰুণ…
অজিত কুমাৰ ভূঞাক ব্যক্তিগতভাৱেহে সন্মান কৰে, কিন্তু ক্ষমতাৰ ভাগ নিদিয়ে গৌৰৱ গগৈয়ে৷ একেদৰে লুৰীণজ্যোতি আৰু অখিল গগৈকো গৌৰৱে…
কিয় সফল হ’ব গৌৰৱ গগৈকিয়নো গৌৰৱৰ লেটি-পেটি নাইবিগত সময়ত কংগ্ৰেছৰ সভাপতি আছিল ভুবনেশ্বৰ কলিতা৷ তেওঁ বৰ্তমান বিজেপি সাংসদ৷…
প্ৰদেশ কংগ্ৰেছত মন্ধনৰ নাতিনীয়েকৰ দপদপনিদপদপনি চলিব নুৰুল হুছেইনৰ পুতেকৰআমি ওপৰত উল্লেখ কৰা বিশেষ নাতিনীয়েক আৰু পুতেকজন হৈছে ৰকিবুল…
গৌৰৱৰ লেফটেনেণ্টেই বিজেপিৰ এজেণ্টআকৌ বিজেপিৰ এজেণ্টক APCCত বৰপীৰাপ্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কমলাক্ষ দে’ পুৰকায়স্থই৷ একদৰে…
গৌৰৱৰ সৈতে যিজন প্ৰদীপ সৰকাৰক APCCৰ কাৰ্যকৰী সভাপতি পতা হৈছে, তেওঁৰ পিতৃ আছিল চন্দন সৰকাৰ৷ বৰ্তমান প্ৰদীপে প্ৰতিনিধিত্ব…
অসম জাতীয় পৰিষদৰ বোকাখাত কাৰ্যালয়ত নিজ হাতে তলা লগাই ইতিমধ্যে দলৰ সৈতে সম্পৰ্ক ত্যাগ কৰিছে কাজিৰঙাৰ ৰজা জিতেন…
লাহে লাহে উন্মোচিত হৈছে পাকিস্তানৰ মিথ্যাচাৰ৷ ভাৰতৰ বিৰুদ্ধে বিজয়ৰ ঘোষণা কৰা প্ৰধানমন্ত্ৰীৰ মুখেৰেই ওলাইছে সত্য কথাবোৰ৷ ১০ মে’ৰ…