BartaNePlus

বন্ধুৰ সৈতে কথা পাতিছে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে

টেষ্ট অভিষেকো ঘটিব পাৰে ৰিয়ান পৰাগৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে সমাগত টেষ্ট শৃংখলাত অসমৰ যুৱ তাৰকাজনে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে৷…

চৰকাৰী স্কুলৰ মাষ্টৰে কৰিছে দালালি

পঞ্চায়ত গঠনৰ কুচকাৱাজৰ সমান্তৰালকৈ চলিছে ৱাৰ্ড সদস্যৰ হৰ্ছ ট্ৰেডিং৷ শিৱসাগৰৰ ম’ৰাবজাৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত দেওৰজা গাঁও পঞ্চায়তত…

ব্ৰহ্ম’জে খুন্দা মৰা স্থানৰ পৰা উঠাই নিলে সেনাৰ কাৰ্যালয়

মুখেৰে ওফাইদাং মাৰিছে৷ একেসময়তে ভাৰতৰ ভয়ত পলাইছে পাকিস্তানী সেনা৷ ব্ৰহ্ম’জ মিছাইলে ধ্বংস কৰা সেনাৰ হেড কোৱাৰ্টাৰ ইছলামাবাদলৈ স্থানান্তৰিত…

স্বয়ম্ভু শংকৰী পণ্ডিত ইছমাইলে মহিলাক দিলে বেশ্যা নাম

সেইটো আছিল অপাৰেশ্যন সিন্দূৰ, এইটো হৈছে অপাৰেশ্যন এন্দূৰকথাটো হ’লইছমাইল হোছেইনক মছজিদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছেনিজকে শংকৰী সাধক বুলি…

Social media & sharing icons powered by UltimatelySocial