আজি প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ মৃত্যুতিথি
আজি ভৃগু ফুকনৰ মৃত্যুতিথিঅসমৰ জাতীয়তাবাদী আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ সবাতোকৈ মেধাৱী নেতাজনক কিন্তু কোনেও মনতে নেপেলালে৷ তাহানিৰ গৃহমন্ত্ৰী ফুকনৰ…
আজি ভৃগু ফুকনৰ মৃত্যুতিথিঅসমৰ জাতীয়তাবাদী আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ সবাতোকৈ মেধাৱী নেতাজনক কিন্তু কোনেও মনতে নেপেলালে৷ তাহানিৰ গৃহমন্ত্ৰী ফুকনৰ…
মোক বিয়া কৰাবই লাগিবএই দাবীৰে প্ৰেমিকৰ ঘৰত অনশন কৰিছে প্ৰেমিকাই৷ গৰ্ভত সন্তান ধাৰণৰ পিছত প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰিছে৷…
আনুষ্ঠানিকভাৱে বিহাৰ দিৱস আয়োজনৰ সিদ্ধান্ত বাতিল কৰা হৈছে৷ পিছে উজনিৰ প্ৰান্তীয় জিলাখন এতিয়ালৈ অসমীয়াৰ হৈ থকা নাই৷ বিগত…
আগতে আছিল শৰৎ সিংহএতিয়া হ’লগৈ ছামচুল হুদাপূব বিলাসীপাৰা সমষ্টিৰ AIUDF বিধায়ক ছামচুল হুদাই কলপুলিৰে এজন লোকক কোবোৱাৰ দৃশ্যটো…
ভূমিৰ অধিকাৰক লৈ পৃথিৱীত যুদ্ধৰ অন্ত নাই৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়া অথবা ইৰানৰ বিৰুদ্ধে আমেৰিকাই অহৰহ যুঁজিয়েই আছে৷ কিন্তু…
ফ্লৰিডাৰ কেপ কেনাভাৰেলৰ পৰা ২০০৩ চনত কলম্বিয়া নামৰ যানখনেৰে মহাশূন্যলৈ ৰাওনা হৈছিল কল্পনা চাওলা৷ কিন্তু মাত্ৰ ৭৩ ছেকেণ্ডৰ…
কল্পনাৰ প্ৰেমিকাক দেখি উত্ৰাৱল হৈ পৰিল কিশোৰৰাজহুৱাকৈ মালাইকা আৰোৰাক কিশোৰে দিলে অশ্লীল ইংগিত৷ নৃত্যৰ সময়তে সুন্দৰী মালাইকাক কামুৰি…
সুনীতা উইলিয়ামছ আহি আছেকল্পনা চাওলাৰ জন্মদিনতে ইণ্টাৰনেশ্য়নেল স্পেচ ষ্টেশ্যনৰ পৰা আৰম্ভ হৈছে সুনীতাৰ ওভতনি যাত্ৰা৷কিন্তু এটা কথা মন…
ছানস্ক্ৰীন বিচাৰি কান্দি-কাটি হিয়ালি-জিয়ালী হৈছে চুমি বৰা৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা নাচনীগৰাকীয়ে বিচাৰিছে প্ৰসাধনৰ সামগ্ৰী৷ কেবাপদ…
ডেলিভাৰী বয়ক প্ৰহাৰ কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই আকৌ পালে চাকৰি৷ কিছুদিন নিলম্বিত হৈ থকা পাণবজাৰ থানাৰ OCক…