বিবাহিতক কৰিছে বঞ্চিত
কাজিয়া লাগিবলৈ হোটেলত ৰূম লয় সেয়ে বিবাহিত দম্পতিক ৰূম দিবলৈ বেয়া পাই অসমৰ OYO হোটেলে শেহতীয়াকৈ OYO হোটেলত…
কাজিয়া লাগিবলৈ হোটেলত ৰূম লয় সেয়ে বিবাহিত দম্পতিক ৰূম দিবলৈ বেয়া পাই অসমৰ OYO হোটেলে শেহতীয়াকৈ OYO হোটেলত…
আনন্দৰ শত্ৰু হৈ পৰিছে ব্ৰেথ এনালাইজাৰএইবাৰ পিকনিকৰ বাবে মদ নোখোৱা বন্ধুৰ প্ৰয়োজন হৈছে যুৱকসকলক৷ দলটোত থকা এজন যুৱকে…
বেলি লহিয়াইছিলহে, হঠাতে বিয়লি হ’লকিয় নাজানো, সোনকালেই দেখোন বেলিটো ৰঙচুৱা হ’লআমি কোনেও গমকে নাপালোঁ, ৰঙচুৱা বেলিটো টুপুঙকৈ শুক্ৰাচাৰ্যৰ…
মোদীৰ বন্ধু ড’নাল্ড ট্ৰাম্পে নাগৰিকত্ববিহীন হিচাপে ঘোষণা কৰিব ১৮ হাজাৰোধিক ভাৰতীয়ক৷ তেওঁলোকক আমেৰিকাৰ পৰাও ঘূৰাই পঠিয়াই দিব নৱনিৰ্বাচিত…
এতিয়াও ষোড়শীৰ দৰেই হৈ আছে শিল্পা ছেট্টী৷ বয়স প্ৰায় ৫০য়েই হৈছে, কিন্তু দেখাত ষোল্ল বছৰীয়া কিশোৰীৰ দৰেই হৈ…
মাহ-প্ৰসাদ এমুঠি দিয়েই পাল মাৰি থৈছেউজনিৰ কেইখনমান গাঁৱৰ বাদে আন ক’তোৱেই এইবাৰ নাই ন-খোৱা৷ কেৱল মাহ-প্ৰসাদ এমুঠি দি…
যিয়ে যিমানে ঠাট্টা নকৰক, ফে’চবুকত মীম নোলাওক- অসমত বাটি-ছেটৰ জনপ্ৰিয়তা কমা নাই৷ বিয়াৰ বতৰত যিমান টকাৰ বাটি-ছেট বিক্ৰী…
মাঘতে একেবাৰে কাতি বিহুৰ নিয়মখিনিও কৰি দিলে খেলেই খটম৷ তিনিওটা বিহু একেলগেও পতা হ’ব৷ খৰচো কমিব৷ কথাটো আমি…
অস্থিৰ মালাইকা আৰোৰাক সংগ দিছে নতুন প্ৰেমিকে সৰ্বস্ব কাঢ়ি লোৱাৰ পিছত অৰ্জুন কাপুৰে কৰা প্ৰবঞ্চনাই বিধ্বস্ত কৰি তোলা…
৩৯ বছৰীয়া ৰণবীৰ সিঙে ৰোমাঞ্চ কৰিব ছাৰা অৰ্জুনৰ সৈতে৷ স্ক্ৰীনত তেওঁ আলিংগন কৰিব ১৯ বছৰীয়া ছাৰাক পৰৱৰ্তী চিনেমাখনতে…