ধনতেৰছত মিঞাৰ বেপাৰ নচলিল
সোণ কিনিবলৈ ধন নাইগতিকে যিমান পাৰে ঝাৰু, নিমখ আৰু ধনীয়া গুটি কিনিলে ৰাইজেগুৱাহাটীৰ বেলতলাৰ এখন সাধাৰণ দোকানতে বিক্ৰী…
সোণ কিনিবলৈ ধন নাইগতিকে যিমান পাৰে ঝাৰু, নিমখ আৰু ধনীয়া গুটি কিনিলে ৰাইজেগুৱাহাটীৰ বেলতলাৰ এখন সাধাৰণ দোকানতে বিক্ৰী…
১০ খন স্কুল বন্ধ হ’ল৷ পিছে তাৰ ঠাইত আৰম্ভ হ’ল ৮ খন ৱাইন শ্বপ৷ হ’ব পাৰে ছিপাঝাৰত জনসংখ্যা…
উচুপি উচুপি কান্দিছে মাক নোহোৱা শিশুবোৰে৷ পৰকীয়া প্ৰেমত মছগুল মাতৃ পলাই যোৱাৰ পিছত মমতাৰ পৰা বঞ্চিত সন্তানে বিচাৰিছে…
বহুত হ’ল, আৰু এনেকৈ থাকিব নোৱাৰিএতিয়া এনেদৰেই ভাবিছে ঐশ্বৰ্য ৰায়ে৷ সেয়ে তেওঁ মনস্থ কৰিছে গ্ৰে’ ডিভ’ৰ্চৰ৷ অভিষেক ৰায়ৰ…
আচলতে ক্ৰিকেটৰ তুলনাত ৰাজনীতি একোৱেই নহয়৷ ক্ৰিকেট যিমান কঠিন, ৰাজনীতি সিমানেই সহজ৷হয়, ভাৰতীয় ৰাজনীতি ভঙা-পতা যুঁজ৷ অহৰহ ক্ষমতাৰ…
শুনিবলৈয়ো হাঁহি উঠা কথা৷ পিছে তেনে এটা কথাৰ ভিত্তিতে ভূ-পদাৰ্থ বিজ্ঞান বিভাগটোৱেই বন্ধ কৰি দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷কৰ্তৃপক্ষই বিভাগটো…
একুৰা জুইৰ সৈতে আকাশলৈ উৰি যাব চুমি বৰা৷ থিতাতে কিন্তু আকৌ তলত পৰিব৷এয়াই হৈছে বৰপেটীয়াৰ নতুন আৱিষ্কাৰ চুমি…
যি বিহালীক লৈ অসমত বিৰোধী মিত্ৰজোঁট প্ৰায় ধ্বংস হ’ল সেই বিহালীৰে আছে ৰাজনৈতিক ইতিহাস৷ মধ্য অসমৰ এই সমষ্টিটোত…
১৯৫৭ চনৰ কথা৷তেতিয়াৰ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল বিদূষী মহিলা চন্দ্ৰপ্ৰভা শইকীয়ানী৷ তেওঁৰ আকৌ প্ৰচাৰৰ সহযোগী আছিল পুস্পলতা…
ভাৰতবৰ্ষত হিন্দু জনতা একত্ৰিত হৈ থাকিব লাগিব৷ সনাতনধৰ্মীৰ সামাজিক ঐক্য প্ৰয়োজনীয়৷ এই প্ৰয়োজন কেৱল হিন্দুৰ সংহতিৰ বাবেই নহয়,…