চৰকাৰে ৰাতিয়েই কাটিব নেকি গছ!
সৰ্পিল ফ্লাইঅভাৰ সাজিবলৈ দীঘলী পাৰৰ গছ কাটিবলৈ চৰকাৰৰ অধিকাৰেই নাই৷ হয়, অসম চৰকাৰৰ দীঘলী পুখুৰীৰ পাৰৰ গছবোৰ কটাৰ…
সৰ্পিল ফ্লাইঅভাৰ সাজিবলৈ দীঘলী পাৰৰ গছ কাটিবলৈ চৰকাৰৰ অধিকাৰেই নাই৷ হয়, অসম চৰকাৰৰ দীঘলী পুখুৰীৰ পাৰৰ গছবোৰ কটাৰ…
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথম দীপাৱলীৰামায়ণবৰ্ণিত আখ্যান অনুসৰি ১৪ বছৰীয়া বনবাসৰ পিছত গৃহগমন কৰিছিল শ্ৰীৰামচন্দ্ৰই৷ মাতৃবাক্য পালন…
দীপাৱলীৰ সময়ত হ্ৰাস পাইছে সাপৰ জন্মহাৰ৷ অৱশ্যে ফটকা ফুটোৱাৰ প্ৰকোপ কমাৰ পৰা এই ভাৰসাম্য নোহোৱা হৈছেবোমাৰ শব্দই প্ৰকৃতি…
MLA চাহাবে সময় পোৱা নাইগতিকে ৰাস্তাও বন্ধ হৈ আছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিঠতো বন্ধ কৰি থৈ দিয়া হৈছে…
ৰাইজে খলখলাই থকাকাৱৈ মাছ খাইছেসোৱাদো পাইছে পিছে একো পুষ্টি পোৱা নাইআচলতে বজাৰৰ পৰা আপোনালোকে কিনি খোৱাকাৱৈ মাছবিধ লোকেল…
আমি কেনেকৈ বিশ্বাস কৰোঁ! ফণীভূষণে ক’লেই যেনিবা ৰাজনীতিৰ পৰা অৱসৰৰ কথা, কিন্তু আমি কেনেকৈ বিশ্বাস কৰিম মিছলীয়া মানুহজনৰ…
আমাৰ ল’ৰা-ছোৱালীবোৰৰ মূৰ খাইছেসাফল্যৰ গেৰাণ্টী দি ধ্বংস কৰিছে অসমৰ শিক্ষাৰ্থীৰ কেৰিয়াৰ৷আমি ক’বলৈ ওলাইছো ৰাজ্যত চলি থকা একাংশ তথাকথিত…
অগপৰ যেতিয়া একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া ফণীভূষণ চৌধুৰী আছিল অন্যতম হোতা৷ কিন্তু প্ৰফুল্ল মহন্তৰ অগপ প্ৰগতিশীল মূল…
দম্ভচূৰ্ণ হৈ গ’ল গৌতম গম্ভীৰৰ৷ নিউজিলেণ্ডৰ বিৰু্দ্ধে লজ্জাজনক পৰাজয়ৰ পিছতে টীম ইণ্ডিয়াৰ হেডছাৰৰ অহংকাৰৰ পতন ঘটিল৷ লগে লগে…
দুডাল ধনীয়াৰ মাজত এডাল বন, যাৰ দাম ১০ টকা৷ এমুঠি চেপেটা লাইশাকৰ দামো আকৌ ১০ টকা৷ পালেং তিনিমুঠি…