সদায় নাইট ডিউটী কৰিবলৈ ইচ্ছা
এইখন অসমৰে এখন জিলাৰ পুলিচে কেতিয়াও ছুটী নলয়৷ সদায় নাইট ডিউটী কৰিবলৈ বিচাৰ জিলাখনৰ আৰক্ষীয়ে৷ তেওঁলোকৰ লগত নিশা…
এইখন অসমৰে এখন জিলাৰ পুলিচে কেতিয়াও ছুটী নলয়৷ সদায় নাইট ডিউটী কৰিবলৈ বিচাৰ জিলাখনৰ আৰক্ষীয়ে৷ তেওঁলোকৰ লগত নিশা…
সীমাৰ সিপাৰে ৰৈ আছে বোৰ্খা পৰিহিত বাংলাদেশী৷ কাটাতাঁৰৰ সিপাৰে ৰৈ ভাৰতৰ ভূমিলৈ চাই আছে মুছলমান মহিলাই৷ ইপাৰে আকৌ…
আমি জনাত অতুল বৰাই গাহৰি মাংসহে ভাল পায়কিন্তু কিয় নাজানো অতুল বৰাই মাঘৰ বিহুৰ সময়ত মুখ্যমন্ত্ৰীৰ হাতত তুলি…
১৫ দিনমান আগৰে পৰা আহি আছেআমালৈ ভিন্ন ঠাইৰ পৰা আহিছে চিনাকি-অচিনাকি মেজি-ভেলাঘৰৰ ফটো আৰু বাতৰি৷কিন্তু ভাবকচোন, অসমীয়াই দুদিনীয়া…
সোণোৱালী আঘোণৰ পিছত শেষ পুহে কুঁৱলীৰ আঁৰত সিঁচি দিছে ঠেঁটুৱৈ লগা শীত৷হিমসনা শীতত ম’হৰ শিঙো কঁপি উঠিছেহাড় কঁপোৱা…
শুভক্ষণত তিতা কথা ক’ম জানোমনে নসহে, এতেকে কওঁ শুনকএই ভোগালীয়েই হয়তো জাৰি কৰিব অসমীয়াৰ মৃত্যু পৰোৱানা৷ ভূ-খণ্ড থাকিব,…
নৈপৰীয়া অসমীয়াই এইবেলি সৰহীয়া হাৰত উৎপাদন কৰিছে তিল৷ সমগ্ৰ অসমৰ জোৰা মাৰিব পৰাকৈ ৰাজ্যত তিলখেতি হৈছে৷ বিশেষকৈ ঢকুৱাখনাত…
উৰুকাত এটা ভাল খবৰ শুনক, মাজুলীত উৎপাদিত থলুৱা সামগ্ৰীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে৷ সকলোৱে বিচাৰি বিচাৰি কিনিছে ভকত…
আনে কি খাইছে খাওককিন্তু NSG কমাণ্ডো আৰু অসম পুলিচৰ এটা দলৰ কেইদিনমান ৰাজভোগ হৈছে৷ তেওঁলোকে ভোগালীৰ প্ৰথমতেই খাবলৈ…
বিহুৰ বতৰত গুৱাহাটীত আজি কাৰ্ফিউ চলিছে৷নৱকান্তৰ ভাষাতকার্ফুৰ সময় হ’লসূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণোশুহি ল’লে ৰাতিৰ আকাশেঅলপ মিউজিকবছৰৰ আনসময়ত…