গাভৰু বোৱাৰীক মৰম বিচাৰি কি হ’ল চাওক

কি যে কুক্ষণত দদাইদেৱে ভুল কৰিলে…
বাতৰিবোৰ চাই দদাইদেৱে ভাবিছিল
বংশৰৰ এগৰাকী মহিলাই চাৰিজন প্ৰেমিকৰ সৈতে প্ৰেম কৰিব পাৰে৷ গতিকে ময়ো পাৰিম!
তাতে আকৌ যোৰহাটৰ দদাইদেৱে চাকৰিও কৰে৷ দৰমহাও কম নহয়৷ মাহিলী পায় ৬০-৭০ হাজাৰ টকা৷ সেয়ে কাষৰে গাভৰু বোৱাৰীক দদাইদেৱে এটা প্ৰস্তাৱ দিছিল৷ অৱশ্যে ফ্ৰীকৈ নহয় দেই, সামান্য মৰম কৰি দিয়াৰ বিনিময়ত ধন দিয়াৰো অফাৰ দিছিল দদাইদেউজনে৷
কিন্তু কাষৰ ঘৰৰ বোৱাৰীয়ে কথাটো নামানিলে৷ ওলোটাই খেদি গ’ল দদাইদেউক৷ তেওঁ খেদি খেদি একেবাৰে ঘৰত সুমুৱাই দিলেগৈ দদাইদেউক৷ তেতিয়াহে ওলাই আহিল দদাইদেউৰ পত্নী৷ বাহিৰত ৰণচণ্ডী চুবুৰীয়াক দেখি সুধিলে
ঘটনাটো কি
বোৱাৰীগৰাকীয়ে ক’লে- দদাইদেৱে বিচাৰিছিল অলপ মৰম৷ তাৰ বিনিময়ত মাহিলী পোৱা ৬০-৭০ হাজাৰ টকাৰ এটা পাৰ্চেণ্টেজ দিয়াৰো প্ৰতিশ্ৰুতি দিছিল৷
কিন্তু জীয়েকৰ বয়সৰ বোৱাৰীৰ তেতিয়া খং উঠি গ’ল৷ আকৌ এনে কাম কৰিলে চোঁচৰাই পেলোৱাৰো ভাবুকি দিলে যোৰহটীয়া বোৱাৰীয়ে৷
এতিয়া দদাইদেউ লাজে-দুখে ম্ৰিয়মান হৈ আছে৷ পইচা দিও মৰম কিনিব নোৱাৰিলে, ঘৰতো আকৌ শুনিছে কটু কথা৷ সকাম খাবলৈয়ো নমতা হৈছে চুবুৰীয়াই৷ সেয়ে দদাইদেউৰ উঠি গৈছে হাই প্ৰেছাৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial