অসমৰ মহিলাবোৰ এনেকুৱাই নেকি?

প্ৰথমে এই ফটোখন চাওক
মহিলাগৰাকী অসমৰ ছ’চিয়েল মিডিয়াৰ স্বঘোষিত চেলিব্ৰিটী৷ নিজৰ মতেই তেওঁ লাখটকীয়া কাপোৰ পিন্ধে৷ তেওঁৰ গিৰিয়েক আকৌ অসমৰ ক্ৰাছ৷
মহিলাগৰাকী ছ’চিয়েল মিডিয়াৰ যৌনতাৰ প্ৰতীক৷ ভিউজৰ বাবে ৰজোনিবৃত্তিৰ বিষয়েও ফে’চবুকত তেওঁ বৰ্ণনা কৰে৷
তথাপি তেওঁৰ অতপালি সহ্য কৰি আছিল নেটিজেনে৷ কিন্তু এইবাৰ সীমা অতিক্ৰম কৰিলে মিষ্টাৰ ৰাজৰ পত্নীয়ে৷ তেওঁ যৌনাংগত কথা কৈ মহিলাগৰাকীয়ে ভিডিঅ’ আপলোড কৰিলে৷
ভিউজৰ খঁকত তেওঁ যৌনগন্ধী ভাষাৰে ভিডিঅ’ৰ কেপশ্যন লিখিলে৷ অৱশ্যে তেওঁ পূৰ্বেও বাৰে বাৰে এনে অভদ্ৰ ভাষাৰে কথা কৈছিল৷ মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা চেনিটাৰী পেডৰ বিষয়েও ব্যাখ্যা কৰিছিল মৃদুস্মিতাই৷
অদ্ভুত আচৰণ কৰা এইগৰাকী ভ্লগাৰৰ ভিডিঅ’ চালে অসমৰ মহিলাৰ প্ৰতিয়েই সকলোৰে বিৰাগ জন্মিব৷ তেওঁৰ ভিডিঅ’ৰ মতে অসম হৈ পৰিব যৌনতাৰ কেন্দ্ৰ৷
সেয়ে অসমক বদনামৰ পৰা ৰক্ষা কৰিবলৈ মৃদুস্মিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ৷ তেওঁৰ বাবে অন্যথা অসমীয়া মহিলাও হ’ব বদনামৰ ভাগি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial