নমস্তে গাৰ্ল ছাৰাই গুৱাহাটীত পিন্ধাৰ কথা আছিল শাড়ী
কিন্তু পিন্ধিলে কি?
নাভিপ্ৰদেশ প্ৰদৰ্শন কৰা টপৰ সৈতে মিনিস্কাৰ্ট পিন্ধি কৰঙণপৰ্যন্ত দেখুৱাই দিলে ছাৰাই৷ কিন্তু কিয় উলংগ হ’বলগীয়া হ’ল ছাৰা আলি খান?
ঈদৰ আগদিনা ছাৰাক গুৱাহাটীত এপদ এপদকৈ কাপোৰ খুলিবলৈ বাধ্য কৰা হ’ল৷ ইচ্ছা নাছিল, তথাপি কাপোৰ খুলিলে ছাৰাই৷
বিখ্যাত পাটাউডি পৰিয়ালৰ কন্যা ছাৰাই বিয়া-সবাহত নৃত্য কৰিলে ১ কোটি টকা ফীজ লয়৷ কিন্তু IPLৰ চুটি কাৰ্যসূচীৰ বাবে তেওঁৰ সৈতে প্ৰথমে ২৫ লাখ টকাত বন্দৱস্ত কৰা হৈছিল৷ সিমান পৰিমাণৰ টকাত শৰীৰ প্ৰদৰ্শন নকৰে বুলি লিখি দিছিল ছাৰাই৷
কিন্তু গুৱাহাটী আহি পোৱাৰ পিছত ছাৰাৰ ফীজ বঢ়াই দিয়া হ’ল৷ ২৫ লাখট শাড়ী পিন্ধি নাচিবলৈ সাজু হোৱা ছাৰাক প্ৰথমে অতিৰিক্ত ১০ লাখ টকা দিলে iPLৰ মেনেজমেণ্টে৷ শেষত ছাৰাই লাভ কৰিলে ৪০ লাখ টকা৷
অধিক ধনৰ বিনিময়ত অৰ্ধ-উলংগ হ’বলগীয়া হ’ল ছাৰা৷ প্ৰথমে শাড়ী পিন্ধি নাচিবলৈ সাজু হোৱা ছাৰাক টকাত কিনি পেলালে IPLয়ে৷ টকাৰ জোৰত এপদ এপদকৈ খোলা হ’ল ছাৰাৰ কাপোৰ৷
শেষত বক্ষপ্ৰদেশহে কোনোমতে ঢাকি ৰখা টপ আৰু তেনেই চুটি স্কাৰ্ট পিন্ধি ছাৰা আলি খান বৰ্ষাপাৰাত সোমাল৷ দৰ্শকৰ সন্মুখত নিতম্বৰ ভংগীৰে কৰিলে উদ্দাম নৃত্য৷
গুৱাহাটীত শাড়ী পিন্ধি নাচিম বুলি ভবা ছাৰাই খুলিবলগীয়া হ’ল কাপোৰ৷ ব্ৰাৰ পৰা সকলো বস্ত্ৰ সলনি কৰি ষ্টেডিয়ামত সোমাল ছাৰা৷
হঠাতে কাপোৰ সলাইছিল ছাৰা আলি খানে
