বিবাহিত মহিলাৰ সংসাৰ ধ্বংস কৰিছে এজন অভিনেতাই তেওঁ বাৰম্বাৰ প্ৰেমৰ জালত বন্দী কৰিছে বিবাহিত অভিনেত্ৰীক ফলত অভিনেত্ৰীগৰাকীৰ সংসাৰ ধ্বংস হৈছে৷ তেওঁৰ বাবে বিধ্বস্ত হৈ পৰিছিল মালাইকা আৰোৰাৰ সুখৰ সংসাৰ৷ এইবাৰ অভিনেতাজনৰ বাবে ৰাকুলপ্ৰীতৰ সংসাৰতো আউল লাগিছে৷ বিবাহিত অভিনেত্ৰীকহে প্ৰেমিকা হিচাপে পছন্দ কৰা প্ৰেমিকজন হৈছে অৰ্জুন কাপুৰ তেওঁৰ সৈতে চিনাকি হোৱাৰ আগলৈ আৰবাজ খানৰ পত্নী হিচাপে সুখেৰে আছিল মালাইকা৷ কিন্তু অৰ্জুনে পৰকীয়া প্ৰেম আৰম্ভ কৰিছিল লাহে লাহে মালাইকাক বশ কৰি পেলাইছিল অৰ্জুনে কিন্তু বহুদিন প্ৰেমৰ পিছতো তেওঁ মালাইকাক বিয়া নাপাতিলে৷ শেষত প্ৰতাৰণা কৰি এৰি দিলে প্ৰেমিকাক৷ এইবাৰ ৰাকুলপ্ৰীতৰ সৈতেও অনুৰূপ খেলা আৰম্ভ কৰিছে অৰ্জুন কাপুৰে ৰাকুলৰ সৈতে অৰ্জুনে মেৰে হাছবেণ্ড কী বিবি নামৰ চিনেমাখনত অভিনয় কৰিছে কিন্তু ৰাকুলৰ সৈতে অৰ্জুনৰ ঘনিষ্ঠতা চকুত পৰিছে অনুৰাগীৰ মালাইকাৰ দৰেই ৰাকুলকো অৰ্জুনে সাবটি ধৰিছে আপত্তি নকৰাকৈ ৰাকুলো অৰ্জুনৰ বুকুত সোমাই পৰিছে জেকী ভাগনানীৰ পত্নী ৰাকুল আৰু অৰ্জুনৰ অফস্ক্ৰীন কেমেষ্ট্ৰী আৰম্ভ হৈছে বুলি বাতৰি ওলাইছে বলীউডী কাকতত কিন্তু বৰ্তমান অৰ্জুন কাপুৰৰ পছন্দহে হৈ পৰিছে ৰহস্যৰ কাৰণ কিয়নো অভিনেতাজনে লক্ষ্য কৰি লৈছে বলীউডৰ বিবাহিতা নায়িকাক তেওঁ ছোৱালীৰ সলনি বোৱাৰীৰ সৈতে প্ৰেম কৰিছে অৰ্জুনৰ বাবে জীৱন ধ্বংস হৈছে মালাইকাৰ৷ এইবাৰ ৰাকুলকো একেদৰেই বশ কৰি পেলাইছে অৰ্জুনে চলি আছে পৰকীয়া প্ৰেম