সান্নিধ্য দিবলৈ ৰৈ আছে ৰুছ সুন্দৰী

গাখীৰত সেন্দূৰ মিহলোৱা বৰণৰ ৰাছিয়ান গাভৰু চাবলৈ ৰাছিয়ালৈ যোৱাৰ দৰকাৰেই নাই কেইদিনমানৰ পিছত আপুনি বিচাৰিলেই ঘৰতে লাভ কৰিব ৰাছিয়ান যুৱতীৰ সান্নিধ্য ধনৰ বিনিময়ত এজেণ্টে আপোনাৰ ঘৰলৈ ৰাছিয়ান পঠিয়াই দিব যাৰ সৈতে আপুনি কটাব পাৰিব সময় ৰাছিয়ান সুন্দৰী বিয়াৰ দৰে অনুষ্ঠানত যোগান ধৰিবলৈ অসমতে বৰ্তমান আছে ১১টা ট্ৰেভেল এজেন্সী যিসকলে গোৱাত মডেলিং কৰি থকা ৰাছিয়াৰ সুন্দৰীক ধনৰ বিনিময়ত আপোনাৰ কাষলৈ প্ৰেৰণ কৰিব পাৰে এই ব্যৱস্থাৰ জৰিয়তেই ৰঙিয়াৰ এখন বিয়ালৈ অনা হৈছিল ৫ গৰাকী ৰুছ সুন্দৰীক যিসকলে নাচি-বাগি ৰাইজক মনোৰঞ্জন দিছিল৷ কিন্তু মধ্যপ্ৰদেশৰ এজন ব্যক্তিয়ে পুত্ৰৰ বিবাহত কিন্তু অভিলেখ ভংগ কৰিলে ধনৰ চিন্তা নকৰাকৈ তেওঁ বিয়াত থিয় কৰাই দিলে ২০ গৰাকী ৰাছিয়ান যুৱতী গাখীৰৰ দৰে বগা সুন্দৰীসকলে বিয়াৰ আলহীৰ বাবে নৃত্য কৰিলে অৰ্ধ-উলংগ হৈ তেওঁলোকে অতিথিক বিয়াঘৰৰ পদূলিতে আদৰণি জনালে সুন্দৰীয়ে খাদ্য খোৱাৰ সময়তো নাচি-বাগি সকলোকে দিলে আনন্দ৷ অৱশ্যে ৰাছিয়ানৰ সান্নিধ্য লাভৰ বাবে বিয়াঘৰীয়াই কিছু ধন খৰচ কৰিলে তাৰ বাবে অৱশ্যে নাই দুখ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial