কিয় নাৰ্ছে কৰিলে এই কাম!

বস্ত্ৰ খুলি ৰোগীৰ সন্মুখত স্তন প্ৰদৰ্শন কৰিলে এগৰাকী নাৰ্ছে৷ বহুদিন অসুস্থ হৈ থকা ৰোগীৰ বিছনাৰ কাষত থিয় হৈ তেওঁ খুলি পেলালে কাপোৰ৷
গোপনে তেওঁ ৰোগীক স্তন প্ৰদৰ্শন কৰাৰ পিছতহে ধৰা পৰিল কাণ্ড৷ তাৰ পিছতে নাৰ্ছগৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই জবাবদিহি কৰিলে৷
কিন্তু নাৰ্ছগৰাকীয়েও প্ৰদান কৰিছে উচিত উত্তৰ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি মহিলাৰ গোপন অংগ দেখাৰ পিছত ৰোগীৰ শাৰিৰীক অৱস্থাৰ উন্নতি ঘটিছে৷
সেয়ে তেওঁ ৰোগীৰ সন্মুখত নগ্ন দেহ প্ৰদৰ্শন কৰা বুলিও নাৰ্ছগৰাকীয়ে সদৰী কৰিছে৷ সম্প্ৰতি ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে চেলাইন লৈ থকা ৰোগীৰ সন্মুখত নাৰ্ছ নিৰ্বস্ত্ৰ হোৱাৰ দৃশ্য৷
অৱশ্যে এই গোপন কৰ্মকাণ্ড চিচিটিভি কেমেৰাতহে ধৰা পৰিছে৷ কিন্তু ঘটনাটো কোন ঠাইৰ সেয়া এইপৰ্যন্ত নিশ্চিত হোৱা নাই৷
তদুপৰি নাৰ্ছগৰাকীৰ দাবীও মানি ল’বলৈ অস্বীকাৰ কৰিছে হস্পিতেল কৰ্তৃপক্ষই৷ বিশেষ উদ্দেশ্যতহে তেওঁ সেই কাম কৰিছিল বুলি কৰ্তৃপক্ষই ধাৰণা কৰিছে৷
কিন্তু নাৰ্ছে কিয় নিজৰ স্তন প্ৰদৰ্শন কৰিলে তাকে লৈ আৰম্ভ হৈছে বিতৰ্ক৷ বহুতে কৈছে নাৰ্ছগৰাকীৰ চৰিত্ৰৰ কথা৷ কিন্তু একাধিকে ইচ্ছা কৰিছে বিশেষ হস্পিতেলখনত চিকিৎসা গ্ৰহণৰ বাবেও৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email