মোদীয়ে আৰু কিমান কথা কয়!

মোদী কথাৰ একো লাগ-বান্ধেই নাই য’তে যি কথাটো মিলি যায়, সেইটোৱেই কৈ দিয়ে মোদীয়ে বাংলাদেশৰ মুক্তিযুদ্ধত অংশগ্ৰহণ কৰাৰ কথা কৈ মোদী ইতিমধ্যে হাঁহিয়াতৰ পাত্ৰ হৈছে দুবছৰ পূৰ্বে বাংলাদেশৰ অনুষ্ঠানত স্বাধীনতা আন্দোলনত নিজেও অংশগ্ৰহণ কৰিছিল বুলি কোৱাৰ পিছতে মোদী হৈ পৰিছিল উপহাসৰ পাত্ৰ এইবাৰ নৰেন্দ্ৰ মোদীয়ে ক’লে ইন্দিৰা গান্ধীৰ শাসনকালত পলাই থকাৰ আখ্যান দিল্লীৰ অশোক বিহাৰত বস্তিবাসীক স্থায়ী গৃহ হস্তান্তৰ অনুষ্ঠানত অলপতে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল সেই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অশোক বিহাৰৰ জনতাৰে বাৰ্তালাপ কৰিছিল তেতিয়া মোদীয়ে দাবী কৰিলে ময়ো অশোক বিহাৰতে পলাই আছিলোঁ ১৯৭৭ চনৰ পৰা দেশত কাৰ্যকৰী হোৱা জৰুৰী অৱস্থাৰ সময়ত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ অশোক বিহাৰতে ছদ্মৱেশ ধৰি লুকাই থকা বুলি মোদীয়ে দাবী কৰিলে৷ অৱশ্যে মোদীয়ে বহুৰূপী কথা আগতেও কৈছে যৌৱনতে কলকাতাৰ মেট্ৰ’ ৰে’লেৰে ভ্ৰমণ কৰা বুলি মোদীয়ে পূৰ্বে দাবী কৰিছিল একেদৰে আৱিষ্কাৰৰ পূৰ্বেই ইমেইল ব্যৱহাৰ কৰা বুলিও দাবী কৰিছিল মোদীয়ে৷ কিন্তু এনে কথাই ইণ্টাৰনেটত তুলিছে হাঁহিৰ খলকনি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial