দেশৰ পৰা লৈ গ’ল হীৰা

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীক কোটিটকীয়া হীৰা উপহাৰ দিছিল নৰেন্দ্ৰ মোদীয়ে দেশৰ পুঁজি খৰচ কৰি মোদীয়ে দিছিল প্ৰায় ১৭ লাখটকীয়া হীৰা ৭.৫ কেৰেটৰ মহামূ্ল্যৱান হীৰা আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনৰ পত্নী জি বাইডেনক মোদীয়ে উপহাৰ দিছিল ২০২৩ চনৰ জুনত যেতিয়া মোদী আমেৰিকালৈ গৈছিল তেতিয়াই তেওঁ দিছিল এই বিশেষ উপহাৰ গুজৰাটৰ ছুৰাটত পলিছ কৰা হীৰাৰ টুকুৰাটো হৈছে হোৱাইট হাউছে উপহাৰ হিচাপে পোৱা সবাতোকৈ অধিক দামৰ সামগ্ৰী অৱশ্যে মোদীয়ে উপহাৰ দিয়া হীৰা ব্যক্তিগতভাৱে পৰিধান কৰিব নোৱাৰে ফাৰ্ষ্ট লেডী জিল বাইডেনে৷ কাৰণ এই উপহাৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ পত্নীকহে প্ৰদান কৰিছিল গতিকে কাৰ্যকাল শেষ হোৱাৰ পিছত ৰাষ্ট্ৰীয় আৰ্কাইভত থাকিব হীৰাৰ টুকুৰাটো

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial