কেমেৰাৰ সন্মুখত উলংগ হৈছে অসমীয়া বোৱাৰী

এগৰাকী স্বামীহীনা অসমীয়া বোৱাৰী বৰ্তমান দেশৰ যৌন চিনেমাৰ উদ্যোগত হৈ পৰিছে পৰিচিত নাম৷ গাৰ্গী নামৰ বোৱাৰীগৰাকীৰ মুম্বাইত নাম হৈছে এক্ট্ৰেছ গাৰ্গী৷
তেওঁ দেশৰ বি-গ্ৰেড চিনেমাত কৰিছে অভিনয়৷ অভিসাৰৰ দৃশ্যত অভিনয় কৰিয়েই চহকী হৈছে এক্ট্ৰেছ গাৰ্গী৷
কিন্তু কেৱল গাৰ্গীয়েই নহয়৷ অসমৰ কেবাগৰাকী মহিলাই কৰিছে বি-গ্ৰেড চিনেমাত অভিনয়৷ বলীউডত প্ৰৱেশ কৰিব নোৱাৰিলেই অসমীয়া মহিলা হৈছে বি-গ্ৰেড চিনেমাৰ হিৰ’ইন৷
আমি এই সন্দৰ্ভত কেবাগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ নাম গোপন কৰি ৰখা চৰ্তত তেওঁলোকে সদৰী কৰা অনুসৰি পশ্চিমবংগত তেওঁলোকে বি-গ্ৰেড চিনেমাৰ শ্বুটিং কৰে৷
ধনৰ বিনিময়ত কেমেৰাৰ সন্মুখত উলংগ হয় এইসকল মহিলা৷ তেওঁলোকে ষ্টুডিঅ’ত কৰে অভিনয়৷ সম্ভোগৰ দৃশ্যত পৰিচালকৰ নিৰ্দেশ অনুসৰি তেওঁলোকে দিয়ে শ্বট৷
এইদৰেই তেওঁলোকে ধন উপাৰ্জন কৰিছে৷ তেওঁলোকক চুক্তিবদ্ধ অভিনেত্ৰী হিচাপে প্ৰযোজকে ধন দিয়ে৷
আনহাতে প্ৰযোজকে বিভিন্ন ৱেবছাইটত আপলোড কৰে এনে চিনেমা৷ অসমীয়া মহিলাৰ ভিডিঅ’ এইদৰেই প’ৰ্ন ছাইটত হৈ পৰিছে উভৈনদী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email