চৰকাৰৰ কৃপাত ২০৩০ চনৰ পাছত অসমৰ নিবনুৱাই চৰকাৰী শিক্ষানুষ্ঠানত আৰু শিক্ষকৰ চাকৰি নাপায় কাৰণ ২০৩০ৰ পৰা শিক্ষক হোৱাৰ বাবে ITEP ডিগ্ৰী বাধ্যতামূলক হ’ব যুক্তিৰ খাতিৰত ধৰি ল’লোঁ ২০৩০ চনত ৪০ হাজাৰ শিক্ষকৰ পদ অসমৰ শিক্ষানুষ্ঠানত খালী হ’ল কিন্তু সেইপৰ্যন্ত অসমৰ সৰ্বাধিক ১৫ হাজাৰ শিক্ষাৰ্থীয়েহে ITEP ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ব কাৰণ উত্তৰ-পূৰ্বাঞ্চলত ITEP ডিগ্ৰী লাভৰ বাবে সৰ্বাধিক ২০০০ খন আসনহে আছে গতিকে বৃহত্তৰ অঞ্চলৰ চাকৰি প্ৰাৰ্থীয়ে পঢ়িবলৈ আৰু চাকৰিৰ বাবে আবেদনৰো যোগ্যতা অৰ্জন নকৰে এই ITEP ডিগ্ৰী Integrated BEdৰ সমপৰ্যায়ৰ। অৰ্থাৎ সাধাৰণ BA/BSc.ৰ সমতুল্য ITEP পাঠ্যক্ৰমৰ বাবে প্ৰৱেশ পৰীক্ষা হয়৷ সদ্যহতে NTAৰ দ্বাৰা এই পাঠ্যক্ৰম পৰিচালিত হয় ভাৰতৰ ৬৪ খন প্ৰতিষ্ঠানত ITEP অৰ্থাৎ BEd integrated ডিগ্ৰী অধ্যয়নৰ সুবিধা আছে গতিকে এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰিলে ২০৩০ চনৰ পিছত প্ৰতিবাদী সমদল উলিয়ালে কামত নাহিব আগতীয়া ব্যৱস্থা লৈ উত্তৰ-পূৰ্বাঞ্চলত ITEPৰ আসন বৃদ্ধিৰ বাবে চৰকাৰক এতিয়াই বাধ্য কৰিব লাগিব অন্যথা অসমত মাষ্টৰ হ’ব বিহাৰী অথবা মাৰোৱাৰী