নতুন প্ৰেমিকে বুজাইছে মালাইকাক

অস্থিৰ মালাইকা আৰোৰাক সংগ দিছে নতুন প্ৰেমিকে সৰ্বস্ব কাঢ়ি লোৱাৰ পিছত অৰ্জুন কাপুৰে কৰা প্ৰবঞ্চনাই বিধ্বস্ত কৰি তোলা মালাইকাৰ কাষত থিয় হৈছে কৰিঅ’গ্ৰাফাৰ টেৰেঞ্চ লুইছ৷ অৰ্জুনৰ সৈতে ব্ৰেক-আপৰ পিছত টেৰেঞ্চৰ প্ৰেম প্ৰস্তাৱো মালাইকাই স্বীকাৰ কৰিছে কিন্তু আন এটা সমস্যাও হৈছে মালাইকাৰ৷ বহুদিন অৰ্জুন কাপুৰৰ সৈতে লিভ-ইন টুগেডাৰ কৰা মালাইকাই পান কৰিবলৈ লৈছে অত্যধিক সুৰা বলীউডী ফটোগ্ৰাফাৰৰ কেমেৰাতে ধৰা পৰিছে মালাইকাৰ নিচাত মাতাল ৰূপ নিশা পাৰ্টীৰ পৰা ওভতনিৰ সময়ত মালাইকাই ভালদৰে খোজেই পেলাব নোৱাৰাৰ দৃশ্য সকলোৱে দেখিছে মনক বুজনি দিব নোৱাৰা মালাইকাই আকণ্ঠ সুৰাপান কৰিয়েই অৰ্জুন কাপুৰক পাহৰিবলৈ বিচাৰিছে৷ প্ৰেমৰ নিচা পাহৰিবলৈ সুৰাৰ আশ্ৰয় লৈছে মালাইকাই শেহতীয়া কেবাটাও পাৰ্টীৰ পিছত মালাইকাক ধৰি ধৰিহে গাড়ীত উঠাইছে মেনেজাৰে ভালদৰে খোজ কাঢ়িব নোৱাৰা অভিনেত্ৰীগৰাকীক বুজনি দিছে নতুন প্ৰেমিক টেৰেঞ্চে৷ কিন্তু এতিয়াও ব্ৰেক-আফৰ কথা মানি ল’ব পৰা নাই মালাইকাই

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial