শীতত বাঢ়িছে ৰূমৰ ভাৰাতীয়া

শীতৰ বতৰত ভিৰ বাঢ়িছে OYO হোটেলত গৰমকালিৰ তুলনাত এতিয়া চহৰৰ হোটেলত বৃদ্ধি হৈছে সমাগম গুৱাহাটীৰ OYO হোটেল হৈ পৰিছে বহুতৰে বাবে লক্ষ্যস্থান বেলতলাৰ OYO হোটেল কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি নৱেম্বৰৰ পৰা ক্ৰমে বৃদ্ধি হৈছে ভিৰ সচৰাচৰ জুলাইৰ পৰা OYO হোটেলত যুৱক-যুৱতীৰ প্ৰৱেশ হ্ৰাস পায় কিন্তু এইবাৰ পূৰ্বৰ তুলনাতো OYO হোটেলত ভিৰ বাঢ়িছে এখন হোটেলৰ মেনেজাৰে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ অতিথিসকলৰ বেছিভাগেই হৈছে ১৮ৰ পৰা ২৫ বছৰীয়া গুৱাহাটীৰ হোটেলত ভিৰ কৰিলেও তেওঁলোক কিন্তু মহানগৰৰ নিগাজী বাসিন্দা নহয় একেদৰে আন চহৰৰো OYO হোটেলত ভিৰ কৰাসকল কিন্তু আন জিলাৰহে বাসিন্দা OYO হোটেলৰ সূত্ৰই পেন কাৰ্ড আৰু আন নথিৰ ভিত্তিত প্ৰকাশ কৰা অনুসৰি নগাঁৱৰ হোটেলত অন্তৰংগ সময় কটোৱাসকল হৈছে শোণিতপুৰ জিলাৰ একেদৰে যোৰহাটৰ OYO হোটেলত ৰূম ভাৰা কৰাসকল ডিব্ৰুগড় নতুবা শিৱসাগৰৰ কিন্তু পূৰ্বৰ বছৰৰ তুলনাত এইবেলি শীতত OYO হোটেলত ভিৰ ৪০ শতাংশপৰ্যন্ত বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰিছে কৰ্তৃপক্ষই গতিকে তেওঁলোকে উপাৰ্জন কৰিছে অধিক ধন

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial