গৰু মাংস ভক্ষণ সমজুৱাকৈ নিষিদ্ধ কৰাৰ ফলত কাৰ লাভ হ’ল?
প্ৰথম কথা লাভ হ’ল মুছলমানৰ৷ অসমৰ হোটেল-ৰেস্তোৰাঁত গো-মাংস বিক্ৰীত নিষেধাজ্ঞাৰ ফলত লাভৱান হ’ব অসমৰ মুছলমান সমাজ৷
গোৰ মাৰি গংগাত পেলোৱাৰ দৰে অসম চৰকাৰেও মিঞা সমাজক নিৰোগী কৰি ৰখাতহে সহায় কৰিলে৷
এই কষাষাৰ আমি তথ্যৰ ভিত্তিত কৈছোঁ
আপুনি যদি GMCHলৈ যায় তেনেহ’লেই বাস্তৱতাৰ উমান পাব
সচৰাচৰ গৰু মাংসৰ দাম ছাগলী অথবা মুৰ্গীতকৈ কম৷ সেয়ে দৰিদ্ৰ মুছলমানে ২০০ টকাতে ১ কেজি পৰ্যন্ত গো-মাংস ক্ৰয় কৰে৷
কিন্তু সস্তাত গৰু মাংস খাই পস্তাই আছে অসমৰ মুছলমানে৷
গো-মাংসৰ দৰে ৰেডমীট বেছিকৈ খোৱাৰ ফলত নামনি অসমৰ মুছলমান ইউৰিক এচিডৰ দৰে ৰোগত বেছিকৈ আক্ৰান্ত হৈছে৷
একেদৰে লিভাৰ আৰু কিডনীৰ ৰোগীৰ ভিতৰতো মিঞাৰ সংখ্যা বেছি৷
GMCHত লিভাৰ আৰু ইউৰিক এচিডৰ চিকিৎসা কৰা লোকসকলৰ ৮০ শতাংশ হৈছে মুছলমান৷ তেওঁলোকে গৰু মাংস বেছিকৈ খোৱাৰ বাবেই ৰোগাক্ৰান্ত হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷
সেয়ে সমজুৱাকৈ গো-মাংস নিষিদ্ধ কৰি ক’ব নোৱাৰাকৈয়ে অসম চৰকাৰে উপকাৰ কৰিলে মিঞাৰ৷ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া নিৰোগী হ’ব অসমৰ মুছলমান৷