অসমৰ পইচা এইবাৰ আকৌ খালে

শীত নমাৰ লগে লগে পৰিভ্ৰমী পক্ষী নাহিলেও আহি পালে কাশ্মিৰী বেপাৰী শ্বল, আখৰোট, কেশৰ লৈ অসমত বাহৰ পাতিলেহি বগা ছালৰ কাশ্মীৰিয়ে এতিয়ালৈ তেওঁলোকে বিক্ৰী কৰিলেই কাশ্মীৰৰ পৰা লৈ অনা আধা পৰিমাণৰ সামগ্ৰী কিন্তু এইসকলৰ আগমনে আনদিশে শংকাৰো সৃষ্টি কৰিছে গুৱাহাটীত বাহৰ পতা এজন কাশ্মীৰি ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি ব্যৱসায়ৰ বাবে তেওঁলোকে প্ৰথমে এখন চাইকেল ক্ৰয় কৰে চাইকেলখন চলায়েই ঘৰে ঘৰে তেওঁলোকে বেচি ফুৰে হৰেক ৰকমৰ সামগ্ৰী প্ৰথমে তেওঁলোকে শ্বল অথবা কাশ্মীৰি কুৰ্তায়েই বিক্ৰী কৰিছিল কিন্তু ক্ৰেতাৰ আগ্ৰহৰ বাবে আখৰোট আৰু কেশৰৰ ব্যৱসায়ো আৰম্ভ কৰিছে ব্যক্তিগত যোগাযোগৰ পিছত কেবাজনো ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি আগমনৰ সময়ত তেওঁলোকে আনিছে প্ৰায় ডেৰলাখ টকাৰ সামগ্ৰী কিন্তু এমাহৰ ভিতৰতে তেওঁলোকে ৩ লাখ টকাৰ লাভ আদায় কৰিছে অৰ্থাৎ অসমৰ পইচা এইবেলি কাশ্মীৰলৈয়ো ওলাই গৈছে তদুপৰি কাশ্মীৰি ব্যৱসায়ী মাজত দুস্কৃতিকাৰী থকাৰো সন্দেহ নুই কৰিব নোৱাৰি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial