অখিল গগৈয়ে মিছা কথা কৈছে আচলতে অখিলে গাহৰি নাখায় লাইশাক আৰু গাহৰি মাংসৰ যিটো জুতি সেইটো অখিলে বুজিয়েই নাপায় গৰু মাংসকেন্দ্ৰিক বিতৰ্কৰ সময়ত অখিলে দাবী কৰিছে কিন্তু আচলতে কেতিয়াবাৰ পৰাই অখিলে গাহৰি মাংস নাখায় আহোম হ’ব পাৰে, অখিলৰ প্ৰিয় মাংসও পিছে গাহৰি নহয় ঘনিষ্ঠ বন্ধুৱে গাহৰি মাংস খালেও অখিলে নাখায়৷ এতিয়া নহয়, অখিলে তাহানিতে গাহৰি মাংস এৰিলে তদুপৰি শেহতীয়া অসুস্থতাৰ বাবেও অখিলক গাহৰি মাংস খাবলৈ ডাক্টৰে মানা কৰিলে সেয়ে অখিলে পৰিত্যাগ কৰিলে গাহৰি মাংস৷ কিন্তু ৰাজনীতিৰ সময়ত আনৰ সুৰত সুৰ মিলাই অখিলে কৈ দিলে মইটো গাহৰি খামেই! অখিলৰ মতে আহোম যেতিয়া তেওঁ গাহৰি মাংস খোৱাটোৱেই নিয়ম কিন্তু যিহেতু তেওঁ সঁচাকৈ গাহৰি মাংস নাখাই সেয়ে অখিল আচলতে নকল আহোম যিয়ে যি খাই খাবলৈ দিব লাগে বুলি ঘোষণা কৰি অখিলে মাংস খাই কিন্তু ভাল পায়৷ পিছে কি মাংস খাই ভাল পাই সেইটোহে আমি নকওঁ