ভাগিনৰ সৈতে পলাল মামীয়েক

প্ৰেমিকাৰ বয়স ৪২, প্ৰেমিকৰ ২৭
সকলোৱে কয় প্ৰেম অন্ধ বুলি, কিন্তু ইমানো কিজানি অন্ধ নহয়- যে মামীয়েককে পত্নী কৰি পেলাবলৈ উন্মাদ হৈ পৰে ভাগিনী৷
মামীয়েকৰ প্ৰেমতে ভাগিনীৰ মনত ফুলিছে শতদল, মামীয়েকৰ বাবেই ভাগিনী ঘূৰিছে ভূমণ্ডল৷ সেয়ে মোমায়েকে পত্নী পাতি লোৱা মহিলাক লগত লৈ পলাই গৈছে ভাগিনী৷
বৰ্তমান মোমায়েকৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে ভাগিনীয়েকবোৰ৷ মামীয়েকৰ প্ৰেমত বলিয়া হোৱা ভাগিনে সৰ্বনাশ কৰিছে৷ অসমতে মামী-ভাগিনীৰ প্ৰেমৰ বাবে সংসাৰ ভাগিছে কেবাজনো মোমায়েকৰ৷ অলপতে নাৰায়ণপুৰতো ফাদিল হৈছে এনে এটা ঘটনা৷
পৰিয়াল চলাবলৈ ধন ঘটাৰ উদ্দেশ্যে মোমায়েকবোৰ হায়দৰাবাদ নহ’লে বাংগালুৰুত থাকে৷ তেতিয়া বিশ্বাসী ভাগিনীক পত্নীৰ ৰখীয়া কৰি থৈ যায় মোমায়েকে৷
কিন্তু স্বামীয়ে কাম কৰি পঠিওৱা পইচাৰে ভাগিনীৰ পছন্দৰ অন্তৰ্বাস ক্ৰয় কৰে মামীয়েকে৷ ভাগিনীৰ পছন্দ মতেই তেওঁ পিন্ধে কাপোৰ৷ পিছলৈ ভাগিনীয়েকৰ সৈতেই পলাই যায় মামীয়েক৷
শেহতীয়া কেবাটাও ঘটনা এইদৰেই সংঘটিত হোৱা বুলি স্বীকাৰ কৰিছে পলৰীয়া ভাগিনীয়েকে৷ মোমায়েকৰ তুলনাত ভাগিনীয়ে বেছি মৰম কৰে বুলিও তেওঁলোকে আৰক্ষীৰ ওচৰত প্ৰকাশ কৰিছে৷
ফলত স্বামীৰ এৰি ভাগিনীৰ সৈতে পলাই গৈছে অসমৰ প্ৰায় ১৩ গৰাকী মহিলা৷ তেওঁলোকক আটক কৰিলেও ভাঙিছে সংসাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email