উঠন বুকুৰ নৰ্তকীয়ে নাচিছে, দৰ্শকে হাঁহিছে

উঠন বুকু কঁপাই নৃত্য কৰিছে এদল যুৱতীয়ে৷ নাচোন চাই আপোনপাহৰা হৈ আছে মিঞা দৰ্শক৷
বিহাৰৰ দেহাটি নৃত্যৰ দৰে উলংগ নাচোন বৰ্তমান অসমতো হৈ পৰিছে সূলভ৷ নগাঁৱৰ বটদ্ৰৱা,ধিং আৰু মিকিৰভেটাৰ গ্ৰামাঞ্চলত বিহাৰৰ নৰ্তকীৰ দৰেই স্তন প্ৰদৰ্শন কৰি নৃত্য কৰে এদল নাচনীয়ে৷ তাকে চাবলৈ ভিৰ কৰে মিঞা দৰ্শকে৷
অৱশ্যে পোনপটীয়াকৈ এইবোৰ এলেকাত নৃত্য অনুষ্ঠান নহয়৷ আয়োজকে পাতে কাবাদী খেল৷ কিন্তু দৰ্শকৰ খেলৰ প্ৰতি আগ্ৰহ নাই৷ তেওঁলোক যায় খেলৰ পূৰ্বে অনুষ্ঠিত নৃত্য উপভোগ কৰিবলৈ৷
আমি লাভ কৰা খবৰ অনুসৰি আন ঠাইৰ পৰা নাচনী ভাৰা কৰি নিয়ে৷ উঠন বুকুৰ নাচনীয়ে পিন্ধিব লাগে তেনেই কম বস্ত্ৰ৷ অৰ্ধবসনা হৈ তেওঁলোকে বাংলা গানৰ তালে তালে নৃত্য কৰে৷
এপাকত নৰ্তকী দৰ্শকৰ মাজতো উপস্থিত হয়৷ দৰ্শকক উত্তেজিত কৰি নাচনীয়ে দিয়ে বিভিন্ন ভংগী৷ কঁকাল ভাঙি নাচনীয়ে প্ৰদৰ্শন কৰে নিতম্ব৷
এই নৃত্য উপভোগৰ বাবে হাজাৰোধিক মিঞা দৰ্শকৰ সমাগম ঘটে৷ ভিন্ন ঠাইথ এনে অনুষ্ঠান আয়োজনৰ পিছত শেহতীয়াকৈ আৰক্ষীয়ে সাৰ পাইছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email