মুছলমান দুৰ্বৃত্তৰ অত্যাচাৰ

মুছলমান দুৰ্বৃত্তই মাৰি-কাটি খাস্তাং কৰিছে সংখ্যালঘু হিন্দুক৷ অধিকাৰৰ দাবীত প্ৰতিবাদ কৰিও নিৰ্যাতনৰ সন্মুখীন হৈছে সনাতনী নাগৰিক৷ আনহাতে স্বদেশী সেনায়ো নিৰ্যাতন চলাইছে হিন্দু নাগৰিকক৷
প্ৰাপ্ত তথ্য অনুসৰি বাংলাদেশৰ চিটাগং জিলাৰ ওছমান মোল্লা নামৰ এটা পাষণ্ডই ইস্কনক সন্ত্ৰাসবাদী সংগঠন হিচাপে অভিহিত কৰিছিল৷ ফে’চবুকত সনাতনী ধৰ্মকো অপমান কৰিছিল মুছলমান পাষণ্ডটোৱে৷
সেই খবৰ প্ৰচাৰৰ পিছতে ক্ষোভিত হৈ পৰে চিটাগঙৰ হিন্দু৷ তাৰ পিছতে তেওঁলোকে পাষণ্ড মুছলমান ওছমানৰ দোকানৰ বাহিৰত প্ৰতিবাদ স্যবস্ত কৰে৷
কিন্তু বাংলাদেশী পুলিচে ওলোটাই আক্ৰমণ কৰে ওছমান ওমৰক৷ প্ৰতিবাদী হিন্দুৰ প্ৰহাৰ কৰি আৰক্ষীয়ে ওছমানৰ ঘটনাস্থলীৰ পৰা পলুৱাই নিয়ে৷
তাৰ পিছতে হিন্দুৰ ঘৰে ঘৰে সোমাই আৰক্ষীয়ে অত্যাচাৰ চলাইছে৷ মন্দিৰৰ পৰাও ধৰি লৈ গৈছে হিন্দুসকলক৷ প্ৰতিবাদ কৰাৰ জগৰত বাছি বাছি হিন্দুক অত্যাচাৰ কৰিছে আৰক্ষীয়ে৷
আনকি মহিলা আৰু শিশুৱেও মুছলমানৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱা নাই৷ মুছলমান দুৰ্বৃত্তই সকলোকে নিৰ্যাতন কৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email