বেড পাৰ্টনাৰ হোৱাৰ প্ৰস্তাৱ নাকচ কৰিলে নোৰাই

বেড পাৰ্টনাৰ হ’বলৈ প্ৰস্তাৱ পাইছিল নোৰা ফাতেহীয়ে৷ বলীউডত প্ৰৱেশৰ পিছতে তেওঁ পাইছিল এজন পৰিচালকৰ সৈতে নিশা কটোৱাৰ প্ৰস্তাৱ৷ পৰিচালকজনৰ সৈতে অভিসাৰ কৰিলেই কেৰিয়াৰত উত্থান ঘটিব বুলিও প্ৰলোভিত কৰা হৈছিল নোৰাক৷
তেওঁ কৈছিল
তোমাক মই বনাই দিম
কিন্তু তুমি মোক কি দিবা
তুমি মোক মৰম কৰিবলৈ দিয়া
কিন্তু নিশাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল নোৰাই৷ কামৰ বাবে শৰীৰ বিক্ৰী কৰিবলৈ নোৰা অমান্তি হৈছিল৷ প্ৰযোজক আৰু পৰিচালকৰ দেহৰ ভোক পূৰণ কৰিবলৈ অসন্মত হোৱাৰ বাবেই বহুদিন বলীউডত কামেই পোৱা নাছিল নোৰাই৷
উঠন বুকুৰ স্পৰ্শ দিবলৈয়ো এজন পৰিচালকে নোৰাক প্ৰস্তাৱ দিছিল৷ বিনিময়ত তেওঁ নোৰাক এখন চিনেমাৰ নায়িকাৰ চৰিত্ৰ অফাৰ কৰিছিল৷ কিন্তু তেওঁৰ প্ৰস্তাৱো নোৰাই প্ৰত্যাখ্যান কৰিছিল৷
সতীত্বৰ বিনিময়ত কাম নালাগে বুলি চিধা-চিধিকৈ কৈ দিছিল নোৰাই৷ অৱশ্যে অপেক্ষাৰ ফল লাভ কৰিলে তেওঁ৷ কিছুদিন পিছতেই বলীউডত নোৰাই লাভ কৰিলে প্ৰতিষ্ঠা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email