অসমীয়াই মাত্ৰ ফুটালেহে

দীপাৱলী অসমীয়াই পাতিলে৷ পিছে লাভ হ’ল বিহাৰী-মাৰোৱাৰী আৰু মিঞাৰ৷ অসমীয়াই উৎসৱৰ নামত খৰচ কৰিলে, কিন্তু বিহাৰী আৰু মিঞাই ধন ঘটিলে৷ দেৱালীৰ সময়তে অসমীয়াৰ পইচা অনা অসমীয়াৰ পকেটত সোমাল৷

এইবাৰ লাইটৰ বেপাৰৰ ৮০ শতাংশই হৈছে বিহাৰী বেপাৰী নিয়ন্ত্ৰিত৷ ৰং-বিৰঙৰ লাইটৰ অসমত বেহা মেলিছে বিহাৰীয়ে৷ চীনৰ পৰা অহা লাইট পশ্চিমবংগৰ হোলছেল বজাৰৰ পৰা কিনি আনিছে বিহাৰীয়ে৷

অৱশিষ্ট ২০ শতাংশও হৈছে মাৰোৱাৰী বেপাৰী৷ তেওঁলোকৰ পৰাহে কিনি আনি অসমীয়া ডেকাই লাইট বিক্ৰী কৰিছে৷

আনহাতে ফটকাৰ বজাৰৰ ৫০ শতাংশ পাইকাৰী বিক্ৰেতা হৈছে মিঞা৷ প্ৰধানতঃ তামিলনাডুৰ শিৱকাশীৰ ফেক্টৰীত তৈয়াৰ কৰা বোমা বংগৰ পৰা কিনি আনিলে মিঞা বেপাৰীয়ে৷ অসমত এইবাৰ ব্যৱহৃত আতচবাজীৰ মাত্ৰ ১৫ শতাংশহে বৰপেটাৰ৷ স্থানীয় ফটকাই এইবাৰো চাহিদা পূৰণ কৰিব নোৱাৰিলে৷

তামিলনাডুৰ ফেক্টৰীত তৈয়াৰ কৰা ফটকাই হিন্দুক বেচিলে মিঞাই৷ তদুপৰি বিহাৰীয়েও কৰিলে আতচবাজীৰ বেপাৰ৷ অসমীয়াই মাত্ৰ কিনিলেহে ফটকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email