বিদেশী মাছে নাখাব ৰাইজ

ৰাইজে খলখলাই থকাকাৱৈ মাছ খাইছেসোৱাদো পাইছে পিছে একো পুষ্টি পোৱা নাই
আচলতে বজাৰৰ পৰা আপোনালোকে কিনি খোৱাকাৱৈ মাছবিধ লোকেল নহয়বৰ্তমান অসমৰ বজাৰত উপলব্ধ সকলো কাৱৈয়েই হৈছে ভিয়েটনামী কাৱৈ
কেইবছৰমান আগৰে পৰা সোনকালে ডাঙৰ হোৱা বাবে অসমৰ মীনপালকে ভিয়েটনামী কাৱৈ পুহিবলৈ লৈছে কিন্তু বিদেশী মাছবিধ অসমৰপাৰিপাৰ্শ্বিকতাৰ বাবে ক্ষতিকাৰক ভিয়েটনামী কাৱৈয়ে পুখুৰীত আনএকো মাছেই থাকিবলৈ নিদিয়ে সকলো মাছেই খাই পেলাই ৰাক্ষস প্ৰকৃতিৰ মাছবিধে৷ বন্ধ পুখুৰীত মাছবিধ পোহালৈ সকলো ঠিকেই আছিলপিছে বানৰ পিছত পথাৰে সমাৰে বিয়পি পৰিছে ভিয়েটনামী কাৱৈ চাইনীজ মাগুৰৰ দৰে ৰাক্ষস ভিয়েটনামী কাৱৈ তথাপি অসমৰ মীনপালকে প্ৰতিপালন কৰিছে কাৰণ কম সময়তে অধিক উৎপাদনৰ বাবে বাৰম্বাৰ বিক্ৰী কৰিব পাৰিছে মাছবিধ তদুপৰি এইবিধৰ পুষ্টিগুণো নাই৷ সেয়ে ৰক্তহীনতাৰ দৰে বেমাৰত বৰ্তমান বজাৰত পোৱা কাৱৈ মাছ খালে কোনো ফল পোৱা নাযায়সেয়ে বিদেশী কাৱৈ কম দামতেবজাৰত এৰি দিয়ে বেপাৰীয়ে ভিয়েটনামী কাৱৈয়ে পিছে অসমৰ মাছৰপৰিৱেশ-তন্ত্ৰৰ ক্ষতি কৰিছেপুষ্টিকৰ উপাদানবিহীন মাছবিধে খাইছে অসমৰ থলুৱা মাছ

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email