কোনে চাবলৈ বিচাৰিছিল মল্লিকাৰ উদং ককাল

বিবস্ত্ৰা হৈ বিছনাত শুই দিবলৈ কৈছিল মল্লিকা শ্বেৰাৱটক৷ নিৰ্বস্ত্ৰ দেহ চাবলৈ বিচাৰিছিল দক্ষিণৰ পৰিচালকজনে৷ মল্লিকৰ বলুকা ৰাশিৰ দৰে নিমজ ককালত ৰুটি বেলিবলৈ বিচাৰিছিল সেইজন চিত্ৰ নিৰ্মাতাই৷
কিন্তু তেওঁৰ কথা নুশুনিলে যৌনতাৰ দেৱীয়ে৷ কেমেৰাৰ সন্মুখত এপদ এপদকৈ কাপোৰ খুলিবলৈ সংকোচ নকৰা মল্লিকাই অপমান কৰি দিলে চিনেমা পৰিচালকজনক৷
অৱশ্যে মসৃণ ককালত ৰুটি বেলিবলৈ বিচৰা পৰিচালকজনৰ নাম কোৱা নাই মল্লিকাই৷ গোপনীয়তাৰ খাতিৰত তেওঁৰ নাম মল্লিকাই গোপন কৰি ৰাখিছে৷ কিন্তু প্ৰয়োজনসাপেক্ষে সকলো কথা কৈ দিব বুলিও ধমকি দিছে মল্লিকাই৷
মাৰ্ডাৰৰ নায়িকা মল্লিকাৰ ৰূপ অৱশ্যে এতিয়াও কমা নাই৷ তদুপৰি শেহতীয়াকৈ ইমৰান হাছমীৰে আকৌ বন্ধুত্ব আৰম্ভ হৈছে মল্লিকাৰ৷
এসময়ত কেবাখনো চিনামেত একেলগে অভিনয় কৰা ইমৰানৰ সৈতে মালাইকাৰ নাছিল সম্পৰ্ক৷ যোৱা ২০ বছৰে ইমৰানক মতা নাছিল মল্লিকাই৷
পিছে দাক্ষিণাত্যৰ চিত্ৰ নিৰ্মাতা আনন্দ পণ্ডিতৰ কন্যাৰ বিবাহ অনুষ্ঠানত ইমৰানক লগ পালে মল্লিকাই৷ তাৰ পিছতে দুয়ো পাতিলে বহু কথা৷
অন স্ক্ৰীন সংগীৰ কথাত মচগুল হৈ পৰিল মল্লিকা৷ তাৰ পিছতে কন্দল সমাপ্ত হোৱা বুলিও সকলোকে জনাই দিলে মল্লিকাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email