কাৰ পৰা কিনিলে পূজাৰ সামগ্ৰী?

লক্ষ্মী পূজাৰ বাবে এটা ধানৰ থোকৰ দৰকাৰ৷ কিন্তু এতিয়া আপুনি মিঞাক পইচা দিলেই লাভ কৰিব গেৰ ধৰা এথোক ধান এতিয়া আৰু আপুনি ধানৰ থোক বিচাৰি পথাৰলৈ যাব নালাগে।
মাটি চাকি গছ দিবৰ বাবে এটা কলৰ থোৰাৰ দৰকাৰ৷ এতিয়া আপুনি কলৰ থোৰা বিচাৰি বাৰীলৈও যাব নালাগে।
লক্ষ্মী আৰতিৰ বাবে এটা পদুমৰ কলিও লাগে৷ আপুনি পদুমৰ কলিও বিচাৰি বিচাৰি বিললৈ যাব নালাগে।
এই সকলোবোৰ এতিয়া আপুনি পইচা দিলে বজাৰতে পাব।আজি গোলাঘাট, তেজপুৰ, যোৰহাট আদিৰ বজাৰত উভৈনদী হৈ পৰিল পূজাৰ উপাচাৰ৷
কিন্তু কথাৰ পাক তাতেই আছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ আনপ্ৰান্তত পূজাৰ সামগ্ৰী বিক্ৰী কৰা প্ৰায়বোৰ বস্তুৰে বেপাৰী হৈছে মিঞা৷
যি মিঞাক খেদিবলৈ কেইদিনমান আগতে অসমীয়াই আন্দোলন কৰিছিল সেইসকলেই বৰ্তমান পূজাৰ উপাচাৰ হিন্দু অসমীয়াক যোগান ধৰিছে৷
আমি চৰজমিন জৰীপ চলাই লাভ কৰা তথ্য অনুসৰি মিঞা বেপাৰীয়ে গ্ৰামাঞ্চলৰ পৰা পূজাৰ উপাচাৰ সংগ্ৰহ কৰিছে৷ তেওঁলোকেই গোটাই দিছে পূজাৰ সামগ্ৰী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email