নিৰামিষহাৰী মুখ্যমন্ত্ৰীয়ে ইমান মাছ কি কৰিব?
আনে কি খাইছে খাওককিন্তু NSG কমাণ্ডো আৰু অসম পুলিচৰ এটা দলৰ কেইদিনমান ৰাজভোগ হৈছে৷ তেওঁলোকে ভোগালীৰ প্ৰথমতেই খাবলৈ…
আনে কি খাইছে খাওককিন্তু NSG কমাণ্ডো আৰু অসম পুলিচৰ এটা দলৰ কেইদিনমান ৰাজভোগ হৈছে৷ তেওঁলোকে ভোগালীৰ প্ৰথমতেই খাবলৈ…
বিহুৰ বতৰত গুৱাহাটীত আজি কাৰ্ফিউ চলিছে৷নৱকান্তৰ ভাষাতকার্ফুৰ সময় হ’লসূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণোশুহি ল’লে ৰাতিৰ আকাশেঅলপ মিউজিকবছৰৰ আনসময়ত…
অভাৱীজনেও মাছ এচকল গোটাইছে, কোনোবাই আকৌ গোটে গোটে কিনিছে প্ৰকাণ্ড বাহুমাছ৷কিন্তু হ’লে কি হ’ব, আপুনি আজি নিৰামিষ ভাত…
স্থায়ী চাকৰি নহয়, কলেজত ঠিকাভিত্তিক শিক্ষক হৈ গেবাৰী খাটিব লাগিব অসমৰ নতুন প্ৰজন্মই৷ যিমানে ভাল একাডেমিক কেৰিয়াৰ নহওক…
ক্ৰিকেট কেৰিয়াৰৰ প্ৰায় অৱসান ঘটিছে ৰিয়ান পৰাগৰ৷ আঘাতৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত থকা অসমৰ খেলুৱৈজনৰ বিৰুদ্ধে ব’ৰ্ডৰ শক্তিশালী…
মীম অথবা ধেমেলীয়া কথাৰনামত ফে’চবুকত বহিছে অবৈধ বজাৰ৷ অসমীয়া বিবাহিতা মহিলাৰ দেহৰ বৰ্ণনাৰে চলিছে যৌনতাৰ মেলা৷ যৌনগন্ধী কথা-বতৰাৰে…
পাৰ্টী কৰি ঘৰলৈ ওভতা ড্ৰাইভাৰৰ গাড়ীৰ চেপাত যে কিমান কুকুৰ মৰিছে তাৰ হিচাপেই নাই৷ নৱবৰ্ষৰ পাৰ্টীৰ সময়ছোৱাত পিকনিকৰ…
ফাকে ফাকে সৰকি যাব বিজেপিপ্ৰায় ২৫ বছৰৰ পিছত দিল্লীত হ’ব বিজেপি চৰকাৰএই সম্ভাৱনাই সম্প্ৰতি উজ্জ্বল হৈ পৰিছে৷ দিল্লীত…
PVC পাইপেৰে বস্তা ফুটাই চুৰি কৰিছে চাউলআগতে সমবায়ৰ কৰ্মচাৰীয়ে বস্তা পেলাই চাউল উলিয়াইছিল৷ ট্ৰাকৰ পৰা গুডামলৈ দলিয়াই দিছিল…
উস… প্ৰেমে যে মানুহক কি কৰি পেলাব পাৰেপ্ৰেমৰ বাবে সৰ্বস্ব সঁপি দি দি প্ৰেমাস্পদ হৈ পৰে ভাগৰুৱা-অৱশ-ক্লান্তএনে সৰ্বগ্ৰাসী…