ইনষ্টাগ্ৰামত শৰীৰৰ খেলাৰ বাবে অনুৰোধ

ইনষ্টাগ্ৰাম নহয় যেন চেঞ্জিং ৰূমহে
ইনষ্টাগ্ৰামৰ বাবে ৰীল বনায় খুলি দিয়ে কাপোৰ
অসমৰ এচাম মহিলাই ইনষ্টাগ্ৰামক কাপোৰ সলোৱা ৰূমলৈ পৰ্যৱসিত কৰিছে৷ তেওঁলোকে ফল’ৱাৰ্ছক দেখুৱাইছে শৰীৰৰ প্ৰতিটো অংগ৷ এইগৰাকী মহিলালৈ চাওক, তেওঁৰ নাম এঞ্জেল প্ৰিয়া৷ ২৬ হাজাৰ ফলৱাৰ্ছৰ বাবে এঞ্জেলে সদায়েই ৰীল আপলোড কৰে৷ প্ৰতিটো ৰীলতে এঞ্জেলে দেখুৱাবলৈ চেষ্টা কৰে বক্ষপ্ৰদেশ৷ অপূৰ্ব সুন্দৰী এঞ্জেল প্ৰিয়াই লাজেই নকৰে৷
ইনষ্টাগ্ৰামৰ চেলিব্ৰিটী ৰীলষ্টাৰ এঞ্জেল প্ৰিয়াৰ অৱশ্যে আচল নামটো বেলেগ৷ তেওঁ ডেকাসকলক উদ্দেশ্যি অশালীন কথা ক’বলৈয়ো লাজ নকৰে৷ সংগম কৰিবলৈ মন থাকিলে তেওঁক জনাবলৈ এঞ্জেলে অনুৰোধ কৰে৷ ধনৰ বিনিময়ত যুৱকক শৰীৰৰ সুখ দিব বুলি তেওঁ ঘোষণা কৰি থৈছে৷
এইগৰাকী যুৱতীয়ে প্ৰায়ে আপলোড কৰে বিকিনী পৰিহিত ফটো৷ কেৱল ব্ৰা আৰু পেণ্টী পিন্ধি তেওঁ ইনষ্টাগ্ৰামৰ ফল’ৱাৰ্ছৰ বাবে ফটো আপলোড কৰে৷ সেইখন ফটো লাইক কৰে হাজাৰ বিজাৰ অনুৰাগীয়ে৷ এঞ্জেলৰ ফোন নম্বৰো ইনষ্টাত উপলব্ধ৷ সংগমৰ বাবে ইচ্ছুক ডেকাই সেইটো নম্বৰতে এঞ্জেলৰ সৈতে যোগাযোগ কৰিব পাৰে৷
তেওঁ প্ৰায়ে ইনষ্টাগ্ৰামত শৰীৰৰ প্ৰতিটো খলা-বমা প্ৰদৰ্শন কৰে৷ গোপন অংগ দেখুৱাই তেওঁ আদায় কৰে লাইক আৰু কমেণ্ট৷ অৱশ্যে মুখখন ঢাকি ছেলফি উঠাটোও এঞ্জেলৰ অভ্যাস৷
তথাপি এঞ্জেলৰ ফটো চাবলৈ উদবাউল হৈ থাকে হাজাৰোধিক ফল’ৱাৰ্ছ৷ এঞ্জেলে অৰ্ধবসনা ফটো আপলোড কৰিলেই ভেনামাখি পৰাদি পৰে ফল’ৱাৰ্ছ৷ তেওঁলোকে অপূৰ্ব সুন্দৰী এঞ্জেলৰ ফটো চায়েই পূৰণ কৰে মনৰ হাবিয়াস৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial