আদালতত দ’ম বান্ধিছে বিবাহ বিচ্ছেদৰ আবেদনে

অসমখন ৰসাতলে গৈছেআদালতৰ বাহিৰত কিছুসময় পাইচাৰি কৰি থাকিলেইএই কথা আপুনি গম পাবঅসমৰ মধ্যবিত্ত পৰিয়ালৰ ভিতৰুৱা অৱস্থা যে সস্তীয়া হোটেলৰ লেতেৰা পাকঘৰৰ দৰেই কদৰ্য হৈ পৰিছে সেয়া ধৰিব পাৰিবসমাজ জীৱন কলূষিত হৈ পৰাৰ ফলতে অসমত ভাবিব নোৱাৰা হাৰত বাঢ়িছ বিবাহ বিচ্ছেদৰ হাৰযিখন ৰাজ্যত পুৰুষ-মহিলাই জীৱনসংগীকে নিজৰ সৰ্বস্ব বুলি ভাবি লৈছিল সেইখন অসমতে সদায়েই আদালতত বাঢ়িছে বিচ্ছেদৰ আবেদন-প্ৰতিদিনে আদালতত যিসমূহ গোচৰৰ আবেদন দাখিল কৰা হয়, তাৰ ভিতৰত৪০ শতাংশ হৈছে পাৰিবাৰিক কন্দলৰএইসকল স্বামী-স্ত্ৰীয়ে গাৰ্হস্থ্য অশান্তিৰ বাবে আদালতত বিচ্ছেদৰ আবেদন জনাইছেসংগীৰ সুৰাপানৰ অভ্যাস, অপ্ৰাকৃতিক যৌনতা, অৰ্থনৈতিক দুৰৱস্থা আৰু পৰিয়ালৰ সৈতে মতৰ অমিলেই হৈছে ৰাজ্যতক্ৰমবৰ্ধিত বিবাহ বিচ্ছেদৰ মূল কাৰণকিন্তু যৌতুকৰ দৰে ব্যাধিয়েও বিচ্ছেদৰ হাৰ বৃদ্ধি কৰিছেচৰকাৰী তথ্য অনুসৰি সম্প্ৰতি অসমত বিচ্ছেদিতমহিলাৰ সংখ্যা হৈছে ৯.৬ শতাংশকিন্তু পুৰুষৰ সংখ্যা হৈছে ২.৩ শতাংশৰাষ্ট্ৰীয় হাৰতকৈ অসমত বিবাহ বিচ্ছেদৰ পৰিসংখ্যা কিছুবছৰআগলৈ বহু কম আছিলকিন্তু হঠাতে বিচ্ছেদৰ প্ৰৱণতাঅসমৰ সমাজত বৃদ্ধি হৈছেহিন্দু সমাজত পূৰ্বৰ তুলনাতে২০ শতাংশ বাঢ়িছে বিচ্ছেদৰ হাৰ-শেহতীয়া তথ্য অনুসৰি যৌথ পৰিয়ালৰ ফলত অসন্তুষ্ট মহিলায়ো কৰিছে বিবাহ বিচ্ছেদফলত চলিত বছৰতে এইপৰ্যন্ত আদালতত ৩০ হাজাৰোধিক দম্পতিয়ে দাখিল কৰিছে বিচ্ছেদৰ আবেদন ২০১৭ চনৰ পৰা বৃদ্ধি হোৱা আবেদনৰ হাৰে এতিয়াচৰম ৰূপ পৰিগ্ৰহ কৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial