গুৱাহাটীৰ ফ্লাই অভাৰত অৰ্ধবসনা যুৱতীৰ উদ্দাম নৃত্য
মদৰ নিচাত মাতাল হৈ কাপোৰ খুলি দিলে যুৱতীয়ে
অশ্লীল নৃত্য কৰি দেখুৱাই দিলে গোপন অংগ
নিশা ডেৰবজাত ছিলঙৰ ছানৰাইজ চাবলৈ গৈ নম্ৰতা শেষ হৈ গ’ল৷ তথাপি কমা নাই গুৱাহটীয়া যুৱতীৰ অতপালি৷ ছুইটী নামৰ এই যুৱতীলৈ লক্ষ্য কৰক৷
অৰ্ধবসনা ছুইটীয়ে গাড়ীৰ পৰা নামি আহিছে৷ আঙুলিৰ ফাঁকত আছে জ্বলন্ত চিগাৰেট৷ গাড়ীৰ মিউজিক ছিষ্টেমত বজাই থোৱা গানৰ তালে তালে ফ্লাই অভাৰত ছুইটীয়ে আৰম্ভ কৰিছে নৃত্য৷ তেওঁক সংগ দিয়া যুৱকজনে মুখখন কিন্তু ঢাকি লৈছে৷
ছুইটীয়ে কৰঙনপৰ্যন্ত দেখুৱাই গুৱাহাটীৰ ফ্লাই অভাৰত কৰিছে উদ্দাম নৃত্য৷ তেওঁ ফ্লাই অভাৰত শুই দিছে৷ ছুইটীৰ তপিনাত চপৰিয়াই গানৰ তালে তালে বাদ্যযন্ত্ৰ বজাইছে যুৱকজনে৷
জুৰোডৰ ফ্লাই অভাৰত শৰীৰৰ প্ৰতিটো ভাঁজ প্ৰদৰ্শন কৰি ছুইটীয়ে খাই আছে চিগাৰেট৷ অকণো লাজ-শংকা নাই, দেখুৱাই দিছে বক্ষপ্ৰদেশ৷ নম্ৰতাৰ জীৱনৰ অকাল যৱনিকাই যে কাকো চিন্তান্বিত কৰিব পৰা নাই সেয়াও প্ৰমাণ হৈ গৈছে৷
এই ঘটনাটো আকৌ সংঘটিত হৈছে এছোৱা জটিল সময়ত৷ নম্ৰতা বৰা নামৰ ছাত্ৰীগৰাকীৰ অপঘাত প্ৰাণহানিৰ পিছত সমগ্ৰ ৰাজ্যজুৰি চৰ্চা চলাৰ সময়ত নিশাৰ উদং ফ্লাই অভাৰত শৰীৰ প্ৰদৰ্শন কৰিছে ছুইটীয়ে৷ বয়ফ্ৰে’ণ্ডৰ সন্মুখত কাপোৰ খুলি অশ্লীল প’জ দিছে৷
এইগৰাকী যুৱতী ছ’চিয়েল মিডিয়াত অৱশ্যেই বদনামী৷ কিন্তু কাপোৰ খুলিলেও কোনেও একো কৰিব নোৱাৰে বুলি ছুইটীয়ে দম্ভালি মাৰে৷ বেশ্যা বুলি ক’লেও লাজ নকৰে ছুইটীয়ে৷ ঘনাই ইনষ্টাগ্ৰামত লাইভ কৰি অনুৰাগীক শৰীৰ দেখুৱায় দিয়ে৷
তথাপি এনে ঘটনাই যে পিছত কালান্তক ৰূপ ধাৰণ কৰিব সেয়া খাটাং৷ গতিকে সময় থাকোতেই নিশাৰ মায়াময় নগৰীত পহৰা কঠোৰ কৰক আৰক্ষীয়ে৷
মদৰ নিচাত মাতাল যুৱতীয়ে খুলি দিলে কাপোৰ
