কিন্নৰৰ সৈতে শাৰিৰীক সম্পৰ্কত লিপ্ত হৈছে কামাতুৰ যুৱক
পথৰ দাঁতিত ৰৈ থকা কিন্নৰো দেহ ব্যৱসায়ত লিপ্ত হৈছে৷ দোভাগ নিশা তেওঁলোকক মটৰ চাইকেলত উঠাই অজ্ঞাত স্থানলৈ নিছে যুৱকে৷ এইখন অসমতে কিন্নৰে বিক্ৰী কৰিছে শৰীৰ৷ আমাৰ গোপন কেমেৰাত ধৰা পৰিছে কিন্নৰৰ সৈতে যুৱকৰ দৰ-দামৰ দৃশ্য৷
এই দৃশ্যটো অসমৰ এটা ৰে’ল ষ্টেশ্যনৰ কাষৰ৷ এই স্থানতে ৰৈ থাকে কিন্নৰৰ দল৷ তেওঁলোকে ৰে’লযাত্ৰীৰ পৰা ডকা-হকা দি ধন আদায় কৰে৷ কিন্তু তাতে শেষ হোৱা নাই এইসকলৰ অনৈতিক কাণ্ড৷ দিনত ৰে’লত উঠি যাত্ৰীৰ পৰা ধন আদায় কৰা কিন্নৰ হৈ পৰিছে অকলশৰীয়া যুৱকৰ নৈশসংগী৷
বিশেষ যুৱকজনে প্ৰকাশ কৰা অনুসৰি বেশ্যাৰ তুলনাত কিন্নৰে কম দামতে দেহ ব্যৱসায় কৰে৷ তেওঁলোকে মাত্ৰ ২০০ৰ পৰা ৩০০ টকাতে দাবী কৰে৷ গতিকে কামাতুৰ যুৱকৰ বাবে কিন্নৰ হৈ পৰিছে সস্তীয়া নৈশসংগী৷ এগৰাকী কিন্নৰে প্ৰকাশ কৰা মতে তেওঁৰ মূল ধৰ বিহাৰত৷ অসমতে তেওঁ যোৱা ছবছৰ বাস কৰি আছে৷
আনহাতে নিশা কিন্নৰৰ সৈতে সম্ভোগ কৰা যুৱকসকল হিন্দীভাষী বুলি তেওঁ প্ৰকাশ কৰিছে৷ ৰে’ল ষ্টেশ্যনৰ দাঁতিত থকা জুপৰীয়েই হৈছে তেওঁলোকৰ কামকেলীৰ সুৰক্ষিত স্থান৷ কিন্তু সেই জুপুৰী ব্যৱহাৰ কৰাৰ বাবেও ঘণ্টা হিচাপত ধন আদায় দিব লাগে কিন্নৰে৷ এঘণ্টাত দেহ ব্যৱসায় কৰি ৩০০ টকা উপাৰ্জন কৰিলে জুপুৰীৰ ভাৰা দিব লাগে ৩০ টকা৷
কামাতুৰ যুৱকৰ সৈতে সহবাস কৰা কিন্নৰে জুপুৰীত সস্তীয়া মদো যোগান ধৰে৷ তাৰ বাবে অতিৰিক্ত ধন আদায় দিব লাগে৷
জুপৰীৰ এঘণ্টাৰ ভাৰা ৩০ টকা
