হাজাৰোধিক যুৱতীয়ে কিনিছে মিথিগুটিৰ তেল
আলমণ্ড আৰু অলিভ এইলৰো বৃদ্ধি পাইছে চাহিদা
স্তন সুদৌল কৰি ৰাখিবলৈ অসমৰ মহিলাই ধন খৰচ কৰিছে৷ ফলত অনলাইন বজাৰত বিশেষ তেলৰ চাহিদা বৃদ্ধি হৈছে৷ গৰমকালি স্তনৰ যতন লোৱা বাবে তিনিওবিধ তেল কিনিছে অসমৰ মহিলাই৷ সৰ্বাধিক গুৱাহাটীতে মিথিগুটিৰ তেল বিক্ৰী হৈছে৷
পূৰ্বে অসমত স্তনৰ আকাৰ ডাঙৰ কৰা তেলৰ চাহিদা নাছিল৷ কিন্তু যোৱা ছমাহৰ ভিতৰত এইবিধ সামগ্ৰী কদৰ বৃদ্ধি হৈছে৷ প্ৰধানত: চহৰত বিক্ৰী বৃদ্ধি হৈছে বুবছক্ৰীম নামৰ ল’শ্যনবিধৰ৷ গ্ৰীষ্মকালি স্তনৰ যতন লোৱাৰ বাবে যুৱতীসকলে এই সামগ্ৰীও ব্যৱহাৰ কৰিছে৷
এনা অনলাইন প্ৰতিষ্ঠানৰ কাৰ্যবাহীয়ে জনোৱা মতে বক্ষপ্ৰদেশ আটিল কৰি ৰাখিবলৈ কেৱল গুৱাহাটীৰ যুৱতীয়েই ২৩ লাখ টকাৰ তেল কিনিছে৷ স্তনৰ আকাৰ সুদৌল কৰাৰ উপৰি বৃদ্ধি কৰিবলৈ মিথিগুটি, বাদাম আৰু অলিভ অইল ঘঁহিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে৷ শীতকালি এই সমস্যা নহয়৷ কিন্তু গৰকালি স্তনৰ যতন ল’বলৈ যুৱতীসকলক পৰামৰ্শ দিয়ে চিকিৎসকে৷
সেয়ে অসমৰ যুৱতীয়ে স্তনত ঘঁহিবলগীয়া হৈছে বাদাম তেল৷ মিথিগুটি তেল ঘঁহি বক্ষ আটিল কৰি ৰাখিবলৈ চেষ্টা কৰিছে যুৱতীয়ে৷ সাধাৰণতে বক্ষ আটিল কৰা তেল মহিলাসকলে ৪০ বছৰ বয়সৰ পিছতহে ব্যৱহাৰ কৰে৷ কিন্তু অসমৰ কমবয়সীয়া যুৱতীয়েও সানিছে এইধৰণৰ তেল৷
অনলাইনত তেল অৰ্ডাৰ কৰা যুৱতীসকলৰ বয়স ২৫ৰ পৰা ২৮ বছৰ বুলি জানিব পৰা গৈছে৷ স্তনত সানিবলৈ তেল কিনা যুৱতীসকলৰ বয়স ৯৫ শতাংশ ৩০ বছৰৰ কম৷ তেওঁলোকে বক্ষপ্ৰদেশত তেল সানিবলৈ ধন খৰচ কৰিছে৷ প্ৰায় ৬০০ টকীয়া তেল আৰু ল’শ্যন সানি আটিল কৰিবলৈ চেষ্টা কৰিছে স্তন৷ অসমৰ মহিলাৰ স্তনৰ সৌন্দৰ্যৰ বাবে বৰ্ধিত আগ্ৰহৰ বাবে লাভ হৈছে অনলাইন প্ৰতিষ্ঠানৰ৷
বক্ষপ্ৰদেশত ঘঁহা তেলৰ বিক্ৰী বৃদ্ধি
