আমাৰ গোপন কেমেৰাত বন্দী হ’ল বেশ্যাবৃত্তিৰ দৃশ্য

উঠন বুকু প্ৰদৰ্শন কৰি নিশা পথৰ দাঁতিতে ৰৈ থাকে মিঞা ৰূপহী৷ তেওঁলোকৰ সৈতে শৰীৰৰ দৰ-দাম কৰে গ্ৰাহকে৷ দাম মিলিলেই মটৰ চাইকেলত উঠি অজ্ঞাত স্থানলৈ ৰাওনা হয় মিঞা সুন্দৰী৷ বৰপেটা আৰু ধুবুৰীৰ পৰা গৈ গুৱাহাটীত থকা মিঞা যুৱতীয়ে এইদৰে উপাৰ্জন কৰিছে ধন৷
আমাৰ গোপন কেমেৰাত আবদ্ধ হোৱা এই দৃশ্যটো চাওক৷ বিশেষ কাৰণত আমি গুৱাহাটীৰ নিৰ্দিষ্ট ঠাইৰ বিষয়ে উল্লেখ নকৰোঁ৷ সেই স্থানতে ৰৈ গ্ৰাহকৰ সৈতে দৰ-দাম কৰা মিঞা যুৱতীগৰাকীৰ পৰিচিত নাম হৈছে জেনিফা৷ তেওঁ আমাক জনাইছে গুৱাহাটীত শতাধিক মিঞা যুৱতীয়ে চলাই থকা দেহ ব্যৱসায়ৰ কথা৷
জেনিফাই প্ৰকাশ কৰা অনুসৰি নিশা প্ৰায় ১১ বজাত তেওঁলোক নিৰ্ধাৰিত স্থানত উপস্থিত হয়৷ অৱশ্যে কেতিয়াবা সেই ঠাইলৈ নোযোৱাকৈয়ে লাভ কৰে গ্ৰাহক৷ ফোন কৰি বিলাসী হোটেললৈ মিঞা যুৱতীক গ্ৰাহকে মাতি পঠিয়ায়৷ গুৱাহাটীৰ প্ৰতিখন হোটেলতে আছে মিঞা বেশ্যাৰ এজেণ্ট৷ যাক গ্ৰাহকে দিয়া ধনৰ পৰা কিছু কমিশ্যন দিব লাগে মিঞা বেশ্যাই৷
জেনিফাই কিন্তু তেওঁৰ বেছিভাগ গ্ৰাহক হিন্দু বুলি প্ৰকাশ কৰিছে৷ গ্ৰাহকসকলৰ সন্তুষ্টিৰ বাবে জেনিফাই পিন্ধে চুটি কাপোৰ৷ বক্ষপ্ৰদেশ প্ৰকট কৰি তেওঁ নিৰ্দিষ্ট ঠাইত থিয় হৈ থাকে৷ আমাৰ ওচৰত জেনিফাই প্ৰকাশ কৰা মতে গুৱাহাটীত বেশ্যাবৃত্তিৰ সৈতে জড়িত হৈ আছে কমেও ৩০০ মিঞা যুৱতী৷ যিসকলৰ বেছিভাগেই চৰ অঞ্চলৰ৷
দৰ-দাম মিলিলে মিঞা বেশ্যা গ্ৰাহকে বিচৰা সকলো ঠাইলৈ যায়৷ তদুপৰি তেওঁলোকৰ আছে কিছু নিৰ্দিষ্ট ঘাটী৷ কেমেৰাৰ ভয় নথকা হোটেলত মিঞা যুৱতীয়ে ফোন কৰিলেই ৰূম পায়৷ এইদৰে তেওঁলোকে প্ৰতিনিশাই শৰীৰ বিক্ৰী কৰে৷ সেই ধনেৰেই গুৱাহাটীত কটায় বিলাসী জীৱন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial