ট্ৰাক ড্ৰাইভাৰ বলৱিন্দৰে ধাবাত পালে ফোন নম্বৰ


বাইপাছত ট্ৰাক ৰৈ থাকে, তাতে উঠে অসমীয়া মহিলা৷ স্থানীয় মহিলাৰ সৈতে ট্ৰাকতে কামলীলা কৰে বিহাৰী বা পাঞ্জাবী ট্ৰাক ড্ৰাইভাৰে৷ আধাঘণ্টাৰ বাবে অসমীয়া ৰক্ষিতাৰ সৈতে সম্ভোগ কৰি বাইপাছৰ পৰা গুচি যায় ড্ৰাইভাৰ৷ মাত্ৰ ৫০০ টকাৰ বিনিময়ত ট্ৰাক ড্ৰাইভাৰক দেহা সপি দিয়ে অসমৰ মহিলাই৷
অসমৰ প্ৰতিটো বাইপাছতে দেখিব এনে দৃশ্য৷ য’ত ৰৈ থকা ট্ৰাকত উঠে মহিলা৷ বলৱিন্দৰ নামৰ ট্ৰাক ড্ৰাইভাৰজনে প্ৰকাশ কৰা মতে তেওঁ স্থানীয় ধাবাৰ জৰিয়তে অসমীয়া বেশ্যাৰ ফোন নম্বৰ লাভ কৰিছিল৷ এতিয়া বলৱিন্দৰে যোৰহাটত প্ৰৱেশৰ সময়ত নিজাববীয়াকৈ নিৰ্দিষ্ট মহিলাগৰাকীক ফোন কৰে৷ যোৰহাট আৰু গোলাঘাটৰ বাইপাছ ট্ৰাক ড্ৰাইভাৰৰ বাবে হৈ পৰিছে অস্থায়ী বেশ্যালয়ৰ দৰে৷
তেওঁলোকে ট্ৰাকতে ৰতিক্ৰিয়া কৰি ততালিকে সেই স্থান ত্যাগ কৰিছে৷ জলিল নামৰ বিহাৰী ড্ৰাইভাৰজনে আমাক জনোৱা মতে মাত্ৰ ৫০০ টকাৰ বিনিময়তে তেওঁ অসমীয়া মহিলাৰ সৈতে কামলীলা কৰিছে৷ উক্ত মহিলাগৰাকী বিবাহিত বুলি আমাৰ ওচৰত প্ৰকাশ কৰিছে জলিলে৷
তেওঁলোকে প্ৰথমে ধাবা আৰু পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীৰ জৰিয়তে স্থানীয় বেশ্যাৰ সৈতে যোগাযোগ কৰে৷ এই মহিলাসকল হৈছে বাইপাছৰ নিকটৱৰ্তী গাঁৱৰ৷ যিসকলে ধনৰ বিনিময়ত ট্ৰাকচালকক শাৰিৰীক সুখ প্ৰদান কৰে৷ বিহাৰী মহিলাৰ দৰে শাড়ী পৰিধান কৰি বাইপাছত ৰৈ থকা ট্ৰাকত উঠে অসমীয়া মহিলা৷
তদুপৰি গোলাঘাটৰ বাইপাছত গ্ৰাহক বিচাৰিও কেবাগৰাকী মহিলা কোনোসময়ত বাইপাছত ৰৈ থাকে৷ তেওঁলোকেও দেহ ব্যৱসায় কৰে বুলি স্বীকাৰ কৰিছে৷ ট্ৰাক ড্ৰাইভাৰসকলে ইজনে সিজনৰ সৈতে মহিলাসকলৰ ফোন নম্বৰ বিনিময় কৰে৷ তেনেকৈয়ে গ্ৰাহক বাঢ়ে অসমীয়া মহিলাৰ৷ এইসকল মহিলাৰ আছে নানা ৰেট৷ তেওঁলোকে এঘণ্টাৰ বাবে লয় ৭০০ টকা৷ তিনিঘণ্টাৰ ছাৰ্ভিচৰ বাবে লাগে মাত্ৰ ১০০০ টকা৷ গোটেই নিশাৰ বাবে ২,০০০ টকা দাবী কৰে৷
কিন্তু বাহিৰৰ পৰা অহা ড্ৰাইভাৰৰ বেছিভাগেই অচিন ৰোগত আক্ৰান্ত বুলি সন্দেহ কৰাৰো থল আছে৷ গতিকে ধনৰ বাবে শৰীৰ বিক্ৰী কৰা মহিলাও বৰ্তমান সুৰক্ষিত নহয়৷ ট্ৰাকতে সম্ভোগত লিপ্ত হোৱা মহিলাসকলৰ বাবে বাইপাছৰ পৰিৱেশ নিশাৰ ভাগত হৈ পৰিছে বজৰুৱা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial